আন্তৰ্জাতিক সংবাদ

December 9, 2024 2:32 PM

views 43

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন...

December 8, 2024 8:03 PM

views 30

ছিৰিয়াৰ একনায়কত্ববাদী চৰকাৰৰ পতন

ছিৰিয়াত সংঘটিত শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত দেশখনত ২৪ বছৰীয়া একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে। দেশখনত বিদ্রোহী দলে ডামাস্কাছ দখল কৰাৰ বিপৰীতে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে। বিগত দুসপ্তাহৰ ভিতৰত দেশখনৰ চাৰিখনকৈ প্ৰধান মহানগৰ বিদ্ৰোহীয়ে দখল কৰাৰ অন্তত আজি দেশখনৰ একনায়কত্ব...

December 8, 2024 7:59 PM

views 31

বাহৰেইণত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ প্ৰদান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাহৰেইণৰ ৰাজধানী মানামাত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত ভাৰতৰ পশ্চিম এছিয়াৰ বিষয়সমূহ সমাধানৰ বাবে সৰ্বাত্মক কৌশল আছে বুলি প্ৰকাশ কৰিছে। মানামা আলোচনাৰ সামৰণিৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰসংগত ড০ জয়শংকৰে ভূমধ্য সাগৰীয় দেশসমূহৰ সৈতে ৮ হাজাৰৰ পৰা ৯ হাজাৰ...

December 8, 2024 5:41 PM

views 30

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাইঃ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই। কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে এই কথা উল্লেখ কৰে। ড° জয়শংকৰে লগতে কয় যে, এই বিষয়ত ব্রীক্স দেশসমূহৰ উমৈহতীয়া স্থিতি নাই । আমেৰিকাৰ নৱ...

December 8, 2024 11:49 AM

views 44

ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে দেশৰ বন্দৰসমূহত সামগ্ৰী সৰবৰাহৰ পৰিমাণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু জাহাজৰ নিৰ্মাণৰ লগতে পুনৰ নিৰ্মাণৰ সামৰ...

December 8, 2024 11:43 AM

views 23

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তিনি দিনীয়া ৰাছিয়া ভ্ৰমণসূচী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তিনি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছভৰ সৈতে মস্কোত সেনা আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ ২১ সংখ্যক বৈঠকত সহ-অধ্যক্ষতা কৰিব। বৈঠকত মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্...

December 7, 2024 8:43 PM

views 34

ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন ভাৰতীয় উচ্চায়োগৰ

বাংলাদেশত থকা ভাৰতীয় উচ্চায়োগে কালি ঢাকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত ৫৩ সংখ্যক মৈত্রী দিৱস উপলক্ষে এটা সাংগীতিক সন্ধিয়াৰ আয়োজন কৰে। উল্লেখযোগ্য যে ১৯৭১ চনৰ ৬ ডিচেম্বৰত ভাৰতে বাংলাদেশক স্বাধীনতা লাভৰ ১০ দিন পূর্বেই এখন স্বাধীন সর্বভৌম দেশ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই উপলক্ষে দিয়া ভাষণত বাং...

December 7, 2024 12:32 PM

views 19

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি কাটাৰত দোহা মঞ্চত ভাগ ল’ব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ দোহা মঞ্চত ভাগ লোৱাৰ উদ্দেশ্যে আজি কাটাৰলৈ যাব। দোহা মঞ্চৰ ২২ সংখ্যক সংস্কৰণৰ বিষয়বস্তু হৈছে উদ্ভাৱন অনিবার্য। বিদেশমন্ত্ৰীগৰাকীয়ে কাইলৈ বাহৰেইনত হ'বলগীয়া চতুৰ্থ ভাৰত-বাহৰেইন উচ্চ যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বিদেশমন্ত্ৰী ড° আব্দুল্লা টিফ বিন ৰচিদ অল জয়ানীৰ সৈ...

December 7, 2024 12:30 PM

views 15

ছিৰিয়াৰ হিংসাত্মক পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰখনলৈ ভ্ৰমণ নকৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ

ছিৰিয়াত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে ভাৰতীয় নাগৰিকসকলক ৰাষ্ট্ৰখনলৈ সকলো ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব...

December 4, 2024 12:11 PM

views 23

দক্ষিণ কোৰিয়াত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰৰ বিষয়ে ঘোষণা উন চুংক য়ুনৰ

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি উন চুংক য়ুনে দেশখনত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দেশখনত কালি সামৰিক শাসন বলৱৎ কৰাৰ ছঘণ্টাৰ পাছতেই সেই দেশৰ নেচনেল এচেম্বলীত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু ৰাষ্ট্ৰপতি য়ুনৰ মন্ত্ৰীসভাই এই সামৰিক আইন প্ৰত্যাহাৰ কৰাত অনুমোদন জনায়। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।