আন্তৰ্জাতিক সংবাদ

December 22, 2024 6:56 PM

views 24

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰৰ দূতাবাস পুনৰ মুকলি

ছিৰিয়াৰ গৃহযুদ্ধৰ ১৩ বছৰ পাছত ডামাছকাছত কাটাৰে দূতাবাস আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰিছে। যোৱা ৮ ডিচেম্বৰত পূৰ্বৰ ৰাষ্ট্ৰপতি বাছাৰ অল আছাদ চৰকাৰৰ পতনৰ পাছত নতুন অস্থায়ী চৰকাৰৰ নেতৃবৰ্গৰ সৈতে বৈদেশিক সম্পর্ক বৃদ্ধি কৰিবলৈ আঞ্চলিক আৰু পশ্চিমীয়া প্ৰতিনিধিসকলৰ ছিৰিয়ালৈ ভ্ৰমণ বৃদ্ধি হোৱাৰ পাছতে কাটাৰে ...

December 22, 2024 6:37 PM

views 17

য়েমেনৰ হুতী বিদ্রোহী গোটৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু নিয়ন্ত্রণ কেন্দ্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশমাৰ্গৰ পৰা আক্রমণ

আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশা ছানাত য়েমেনৰ হুতী বিদ্রোহী গোটৰ দ্বাৰা পৰিচালিত ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আৰু কমাণ্ড তথা নিয়ন্ত্রণ কেন্দ্ৰ এটাত আকাশমাৰ্গৰ পৰা আক্রমণ চলায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত দেশখনৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে এই তথ্য সদৰি কৰে। বাৰ্তাটোত লগতে প্ৰকাশ কৰা মতে হুতী বিদ্রোহী...

December 22, 2024 11:31 AM

views 22

ব্রাজিলত যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু

ব্রাজিলত এখন যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত এটা সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু হৈছে। দক্ষিণ-পূব ব্রাজিলৰ ৰাজ্য মিনাছ গেৰাইছৰ ঘাইপথত শনিবাৰে এই ঘটনা সংঘটিত হয়। মিনাছ গেৰাইছৰ অগ্নিনির্বাপক বাহিনীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত আহত আন ১৩ জন লোকক টিওফিলো অটোনি চহৰত থকা এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছ...

December 22, 2024 11:26 AM

views 22

জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

জাৰ্মানীৰ মেগডেবাৰ্গত শুকুৰবাৰে সংঘটিত ভয়ানক আক্ৰমণৰ ঘটনাক ভাৰতে গৰিহণা দিছে। এই আক্ৰমণৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতিত বৰদিনৰ বজাৰত সংঘটিত এই আক্রমণক বৰ্বৰ আৰু অবিবেচক বুলি অভিহিত কৰিছে। এই আক্ৰমণত ৭ গৰাকী ভাৰত...

December 22, 2024 11:17 AM

views 21

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত দেশখনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হ'ব। এই বৈঠকৰ পূর্বে প্রধানমন্ত্রী মোদীক দেশখনৰ বায়ান পেলেচত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ইয়াৰ পাছত তেওঁ কুৱেটৰ আমিৰ আৰু দেশখনৰ যুৱৰাজৰ সৈতে পৃথক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন...

December 18, 2024 2:14 PM

views 48

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে৷ দ্বীপ ৰাষ্ট্ৰ খনৰ লোকপিয়ল আৰু পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন বিগত বছৰৰ তৃতীয় ত্রৈমাসিকৰ ২.৯৮৭ ট্রিলিয়ন শ্ৰীলংকাৰ টকাৰ পৰা বৃদ্ধি পাই প্রায় ৩.১৫২ ট্রিলিয়ন শ্ৰীলংকাৰ টকা হৈছেগৈ। এই বৃদ্ধিৰ ম...

December 17, 2024 8:06 PM

views 43

অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল বাংলাদেশৰ উচ্চ ন্যায়ালয়ৰ

বাংলাদেশৰ এখন উচ্চ ন্যায়ালয়ে আজি সংসদীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল কৰিছে। ইউনাইটেড নিউজ অৱ বাংলাদেশৰ বাতৰি অনুসৰি, ন্যায়ালয়ে সেই দেশৰ সংবিধানৰ পঞ্চদশ সংশোধনত ইয়াৰ মৌলিক পৰিকাঠামো প্রত্যাখ্যান কৰা হৈছে আৰু প্রধান গণতান্ত্ৰিক আদৰ্শৰাজ...

December 16, 2024 7:29 PM

views 32

অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ৰ প্রথমভাগত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ সম্ভাৱনা

বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰববী ড০ মহম্মদ ইউনুছে অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ ৰ প্রথমভাগত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বাংলাদেশৰ বিজয় দিৱস উপলক্ষে টেলিভিছনক দিয়া এটা সাক্ষাৎকাৰত ড০ ইউনুছে কয় যে নির্বাচনী সংস্কাৰ আয়োগ আৰু সংবিধান সংস্কাৰ আয়োগৰ পৰামৰ্শৰ আধাৰত নি...

December 15, 2024 6:33 PM

views 21

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জলবাহক শীর্ষক কাৰ্গ’ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলকাতাৰ জি আৰ জেটীত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীসোণোৱালে গংগা নৈৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথ, দুই নম্বৰ ব্ৰহ্মপুত্ৰ নৈৰ ৰাষ্ট্ৰীয় জলপথ আৰু ১৬ নম্বৰ বৰাক নৈৰ...

December 15, 2024 11:43 AM

views 19

তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীদিশানায়কেৰ এয়া প্ৰথম ভ্ৰমণ হ'ব। এই তিনিদিনীয়া ভ্রমণকালত শ্রীদিশানায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।