আন্তৰ্জাতিক সংবাদ

December 30, 2024 8:36 PM

views 20

ইথোপিয়াত যাত্রীভর্তি এখন ট্রাক নদীত বাগৰি পৰাৰ ফলত ৭১ জন লোকৰ মৃত্যু

পূৱ আফ্ৰিকাৰ দেশ ইথোপিয়াত কালি যাত্রীভর্তি এখন ট্রাক নদীত বাগৰি পৰাৰ ফলত কমেও ৭১ জন লোকৰ মৃত্যু হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৬৮জন পুৰুষ আৰু ৩ গৰাকী মহিলা আছে। ইথোপিয়াৰ ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় ৩শ কিলোমিটাৰ দূৰত্বৰ চিদামা প্ৰদেশত সংঘটিত এই দুর্ঘটনা সন্দৰ্ভত দ...

December 30, 2024 8:27 PM

views 16

জিমি কাৰ্টাৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ যোৱা নিশা জর্জিয়া প্লেইনছৰ নিজা বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল এশ বছৰ। কাৰ্টাৰ আছিল ভাৰত ভ্ৰমণ কৰা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি। ১৯৭৭ ৰ পৰা ১৯৮১ চনলৈ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা কাৰ্টাৰে ২০০২ চনত শান্তিৰ নৱেল বঁটা লাভ কৰি...

December 29, 2024 8:15 PM

views 16

অষ্ট্ৰেলিয়াৰ  গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত বনজুইত জীৱজন্তুৰ মৃত্যুৰ লগতে বহু সম্পত্তিৰ ক্ষতি

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ পশ্চিমত অৱস্থিত গ্ৰেম্পিয়ানছ ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ বনজুইৰ ঘটনা সংঘটিত হৈছে। এই বনজুইত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি এলবানিছে এককালীন আর্থিক সাহাৰ্যৰ কথা ঘোষণা কৰিছে। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে বনজুইৰ ফলত হোৱা ক্ষয় ক্...

December 29, 2024 8:36 PM

views 13

দক্ষিণ কোৰিয়াৰ মুৱানত বিমান দুৰ্ঘটনা পতিত হৈ ১৭৯ গৰাকী আৰোহীৰ মৃত্যু

দক্ষিণ কোৰিয়াৰ চিউলৰ ২৯০ কিলোমিটাৰ দক্ষিণে মুৱান আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত বেংককৰ পৰা যোৱা জেজু এয়াৰৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত বিমানখনত থকা ১৮১ গৰাকী আৰোহীৰ ভিতৰত ১৭৯ গৰাকীৰ মৃত্যু হয়। দক্ষিণ কোৰিয়াৰ অগ্নি নির্বাপক সংস্থাই প্ৰকাশ কৰা অনুসৰি বিমানখনৰ দুগৰাকী কৰ্মীৰ প্ৰাণ ৰক্ষা পৰিছে । দক্...

December 29, 2024 11:56 AM

views 14

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পৰ উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পে ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত তেওঁ কাম কৰি থকালৈকে উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ কৰে। তেওঁৰ অধিবক্তাই আদালতত এই বিষয়ে আবেদন দাখিল কৰি কয়, যে ট্রাম্পে টিকটক নিষিদ্ধ কৰাৰ বিৰোধিতা কৰিছে আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিভিন...

December 27, 2024 11:14 AM

views 12

আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে যোৱা নিশা ৱাশ্বিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত অংশীদাৰিত্ব উন্নত কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সাম্প্রতিক বিষয়সমূহত মতবিনিময় কৰে। ড০ জয়শংকৰ য...

December 25, 2024 8:12 PM

views 18

কাজাখস্তানত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ৩০ জন লোকৰ মৃত্যু

কাজাখস্তানত আজি প্রায় ৭০ জন যাত্রী কঢ়িয়াই নিয়া বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ৩০ জন লোকৰ মৃত্যু হয়। কাজাখস্তানৰ আকতাউ চহৰৰ ওচৰত জৰুৰীকালিন অৱতৰণৰ সময়ত আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন অগ্নিদগ্ধ হয় বুলি আজাৰবাইজানৰ কৰ্তৃপক্ষই জনাইছে। বিমানখন ৰাচিয়াৰ গ্ৰজনিলৈ গৈ আছিল যদিও ঘন কুঁৱলিৰ বাবে বি...

December 24, 2024 4:03 PM

views 17

ফ্ৰান্সত পূৰ্বৰ মন্ত্ৰীসভাৰ পতনৰ পাছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ নতুন চৰকাৰক দায়িত্ব

ফ্ৰান্সত পূৰ্বৰ মন্ত্ৰীসভাৰ পতনৰ পাছত কালি ৰাষ্ট্ৰপতি ইমানুৱেল মেৱঁই এখন নতুন চৰকাৰক দায়িত্ব দিয়ে। এই মন্ত্রীসভাত প্রধান প্রধান পদবীসমূহ একে ৰখা হৈছে। সেই অনুসৰি জাঁ-ন'ৱেল বেৰটক বিদেশ মন্ত্রী, ব্রুন ৰিটেইলিঅ'ক অভ্যন্তৰীণ মন্ত্ৰী আৰু ছেবাষ্টিয়ান লেকৰ্ণক প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পুনৰ দিয়া হৈছে...

December 22, 2024 8:30 PM

views 16

ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ

ৰাছিয়াৰ কামচাটকা উপদ্বীপত সন্ধানহীন An-2 লাইট বিমানখন আটাইকেইগৰাকী যাত্ৰীসহ উদ্ধাৰ কৰা হৈছে। বিমানখনৰ তিনিওগৰাকী যাত্ৰী জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুলি সদৰী কৰি স্থানীয় কৰ্তৃপক্ষই কয়, যে কামচাটকাৰ Mi-8 হেলিকাপ্তাৰৰ জৰিয়তে যাত্ৰীসকলক উদ্ধাৰ কৰি মিলকোভচকায়া জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাছিয...

December 22, 2024 8:07 PM

views 20

কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল অল-আহমদ অল-জাবেৰ অল-ছাবাহৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভেষজ, তথ্যপ্রযুক্তি, বিত্তীয় প্ৰযুক্তি, আন্তঃগাঁথনি আৰু নিৰাপত্তাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।