আন্তৰ্জাতিক সংবাদ

January 14, 2025 10:46 AM

views 50

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে মাদ্রিডত বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্রিডত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্যি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰে'লৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত আলোচনা...

January 13, 2025 5:38 PM

views 40

গুজৰাটত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ

১১ জানুৱাৰীত গুজৰাটত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত ৪৭খন দেশৰ ১৪৩ গৰাকী চিলা উৰুওৱা ব্যক্তিয়ে অংশ লৈছে। আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত চিলা উৰুৱাই ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলে শনিবাৰে উৎসৱৰ শুভাৰম্ভ কৰে। "সাৱধানতাৰে বৰ্তি থকা" শীর্ষক বিষয় লৈ অনুষ্ঠিত এই মহোৎসৱত ১১খন দেশৰ ৰাষ্ট্ৰদূত আৰু...

January 13, 2025 5:21 PM

views 53

মধ্য কাশ্মীৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি  ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপ...

January 13, 2025 4:55 PM

views 44

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই ...

January 12, 2025 6:59 PM

views 23

পোপ ফ্রান্সিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ Presidential medal of Freedom প্ৰদান

আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইদেনে কালি পোপ ফ্রান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক (Presidential medal of Freedom) প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইদেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশতো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়...

January 12, 2025 11:24 AM

views 21

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বন জুই অঞ্চলটোৰ প্ৰায় ৩৮,২৭৬ একৰলৈ বিয়পি পৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত লগা বন জুই অঞ্চলটোৰ ইটন, HURST, কেনেথ আৰু পালিছেডছৰ প্ৰায় ৩৮,২৭৬ একৰলৈ বিয়পি পৰিছে। অৱশ্যে আন দুটা স্থানত লগা বনজুই নিয়ন্ত্রণ কৰা হৈছে। এই বনজুইৰ ফলত এতিয়ালৈ কমেও ১১ জন লোকৰ মৃত্যু হৈছে আৰু ১৩ জন সন্ধানহীন হৈ আছে। ১২ হাজাৰতৈক অধিক বাসগৃহ আৰু আন আন সম্পত্তি এই জু...

January 12, 2025 11:22 AM

views 20

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ছনমুগৰত্নম ৫ দিনীয়া সূচীৰে ১৪ জানুৱাৰীত ভাৰত ভ্ৰমণ

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰ্মন ছনমুগৰত্নম ৫ দিনীয়া ভ্রমণসূচীৰে ১৪ জানুৱাৰীত ভাৰতলৈ আহিব। এয়া হ'ব বিগত ১০ বছৰত ছিংগাপুৰৰ কোনো ৰাষ্ট্ৰপতিৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ । অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ এই আসন্ন ভ্ৰমণ ভাৰত আৰু ছিংগাপুৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ সংখ্যক বার্ষিকীৰ সাক্ষী হ'ব। ভ্রমণকালত শ্ৰী...

January 10, 2025 1:32 PM

views 21

কানাডাত প্ৰধানমন্ত্ৰী পদৰ বাবে ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যৰ প্রার্থিত্ব ঘোষণা

কানাডাত ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যই প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ প্রার্থিত্ব ঘোষণা কৰিছে। অটোবাৰ লিবাৰেল পাৰ্টীৰ সাংসদ আৰ্য্যই প্রধানমন্ত্রী পদত অধিষ্ঠিত হ'লে গ্রাহক কাৰ্বন কৰ আঁতৰোৱাৰ লগতে কানাডাক গণতান্ত্রিক দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'ব ...

January 9, 2025 4:27 PM

views 39

লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইৰ ফলত ৫জন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়াৰ লছ এঞ্জেলছৰ কেইবাটাও এলেকাত বনজুইয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ আন্তঃগাঁথনিৰ জুইত জাহ যায়। অঞ্চলসমূহৰ পৰা ৭০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিদায়ী ৰাষ্ট্ৰপতি জ' বাইডেনে তেওঁৰ ইটা...

January 8, 2025 8:26 PM

views 20

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।