আন্তৰ্জাতিক সংবাদ

March 27, 2025 3:33 PM

views 16

শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ

■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি স্বাস্থ্যখণ্ডৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ এখন প্রতিবেদনত এনে ...

March 26, 2025 8:36 PM

views 27

আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ভাৰত আৰু ব্ৰাজিলৰ প্ৰসংগ উত্থাপনেৰে আমেৰিকাৰ নির্বাচনী ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা নিৰ্দেশ দিছে। নিৰ্দেশ অনুসৰি তেওঁ এইবুলি অৱগত কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে স্বপ্নত্যায়িতভাৱে নিজৰ চিনাক্ত কৰাৰ বিপৰীতে ভাৰত আৰু ব্ৰাজিলে বায়'মেট্রিক ব্য...

March 26, 2025 7:24 PM

views 15

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীক প্রেপ্তাৰ

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীগৰাকীক প্রেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ৰাজধানী ইষ্টানবুলত কালিও হাজাৰ হাজাৰ লোকে প্ৰতিবাদ অব্যাহত ৰাখে। বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰী, সাংবাদিক আৰু অধিবক্তাকে ধৰি প্ৰতিবাদকাৰীসকলৰ মাজৰ এহেজাৰ ৪০০গৰাকীতকৈও অধিক লোকক আটক কৰা হৈছে। ই...

March 26, 2025 7:20 PM

views 31

দক্ষিণ কোৰিয়াত বনজুইৰ বিধ্বংসী ৰূপ ধাৰণ, ১৮জন লোকৰ প্রাণহানি

দক্ষিণ কোৰিয়াৰ বনজুয়ে দেশখনৰ দক্ষিণ-পূব প্ৰান্তত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বনজুইৰ ফলত কমেও ১৮জন লোকৰ প্রাণহানি হোৱাৰ লগতে আন ১৯জন লোক আহত হৈছে। দেশখনৰ গৃহ আৰু নিৰাপত্তা মন্ত্ৰালয়ে জনোৱা অনুসৰি এতিয়ালৈকে ২৩ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়া হৈছে। মন্ত্রালয়ে জনোৱা অনুসৰি প্ৰৱল বতাহ ব...

March 23, 2025 8:15 PM

views 26

ইজৰাইল আৰু হামাচৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ

গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি ইজৰাইল আৰু হামাচৰ মাজৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে সদৰি কৰি ১ লাখ ১৩ হাজাৰতকৈ অধিক লোক এই সংঘৰ্ষত আহত হৈছে। বিগত সপ্তাহত ইজৰাইলে অকস্মাত বিমান আক্রমণ আৰম্ভ কৰি যুদ্ধ বিৰতিৰ অন্ত পেলোৱাৰ পাছত নিহত হোৱা ৬৭৩ গৰাকী ...

March 23, 2025 8:12 PM

views 10

দক্ষিণ কোৰিয়াৰ দক্ষিণ পূৱ অংশত বিধবংসী বনজুইত ৪ গৰাকী লোকৰ প্রাণহানি

দক্ষিণ কোৰিয়াৰ দক্ষিণ পূৱ অংশত বিধবংসী বনজুইত ৪ গৰাকী লোকে প্রাণ হেৰুৱাৰ লগতে ব্যাপক অঞ্চলত ধবংসলীলাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জৰুৰী ব্যৱস্থা ঘোষণা কৰা হৈছে। দেশখনৰ কেইবাটাও স্থানত সমান্তৰালকৈ বিধবংসী বনজুইয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগে লগে আভ্যন্তৰীণ মন্ত্ৰ্যালয়ে এই বিষয়ে ঘোষণা কবে। কোৰি...

March 23, 2025 8:05 PM

views 19

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকে। ড০ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে কয়, যে মহাত্মা গান্ধ...

March 23, 2025 7:26 PM

views 11

তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত হৈছে। দেশখনৰ উচ্চ আয়োগে আজি মন্ত্ৰীগৰাকীক আদৰণি জনায়। শ্রীসোণোৱালে আই এন এ স্মাৰকত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু অজ্ঞাত সৈনিকসকলৰ প্রতি সশ্রদ্ধ প্ৰণিপাত জ্ঞাপন কৰ...

March 23, 2025 6:23 PM

views 29

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত পোষণ

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত পোষণ কৰে। কালি সন্ধিয়া মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ জয়শংকৰে কয় যে দশক দশক ধৰি বিশ্বায়নৰ সুফলৰ বিষয়ে শুনি থকাৰ পাছত আজি বিশ্বই উদ্যোগিক নীতি ৰপ্তানি নি...

March 21, 2025 10:24 AM

views 20

ইজৰাইলৰ টেল আভিভ চহৰত হামাছৰ ৰকেট নিক্ষেপ

ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথম প্ৰত্যাক্ৰমণৰূপে হামাছে টেল আভিভ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি এটা ৰকেট প্ৰতিহত হোৱাৰ বিপৰীতে বাকী দুটা জনবসতিহীন এলেকাত বিস্ফোৰিত হয়। ইফালে গাজাৰ হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাজনি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।