আন্তৰ্জাতিক সংবাদ

March 19, 2025 2:45 PM

views 26

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগ...

March 19, 2025 11:53 AM

views 20

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলোচনা

মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত প্ৰায় ডেৰঘণ্টাজোৰা আলোচনাৰ অন্তত কালি নেতা দুগৰাকীয়ে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত ৩০ দিনৰ যুদ্ধ বিৰতিত সন্মতি প্রকাশ কৰে। অৱশ্যে ইউক্রেইনে এতিয়ালৈকে সীমিত শক্তি যুদ্ধ বিৰতি প্ৰস্তাৱত কোনো ধৰণৰ সহমত অথবা প্রতিক্রিয়া প...

March 16, 2025 8:19 PM

views 84

ভাৰত আৰু নিউজিলেণ্ডে পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি দুয়ো দেশৰ ঘোষণা

ভাৰত আৰু নিউজিলেণ্ডে এখন ব্যাপক আৰু পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেল আৰু নিউজিলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী টড মেকক্লেৰ মাজত হোৱা আলোচনাত এই কথা সদৰি কৰা হয়৷ সামাজিক মাধ্যমযোগে শ্রীগোৱেলে কয় যে এ...

March 16, 2025 8:12 PM

views 22

মেচেদনিয়াৰ কোকানিৰ নাইট ক্লাৱত সংঘটিত অগ্নিকাণ্ডত কমেও ৫১ জন লোক নিহত

উত্তৰ মেচেদনিয়াৰ পূৱৰ চহৰ কোকানিৰ এটা নাইট ক্লাৱত আজি পুৱা সংঘটিত হোৱা এটা অগ্নিকাণ্ডত কমেও ৫১ জন লোক নিহত হোৱাৰ লগতে এশজনতকৈ অধিক লোক আহত হয়। দেশখনৰ জনপ্ৰিয় হিপহপ বেও দি এন কেৰ সংগীতানুষ্ঠান চলি থকাৰ সময়তে এই দুর্ঘটনাতো সংঘটিত হয়।

March 16, 2025 7:51 PM

views 23

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰে...

March 16, 2025 2:11 PM

views 20

ৰাইচিনা আলোচনাৰ দশম সংস্কৰণ সোমবাৰৰ পৰা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট ফাৰ লাক্সনৰ সৈতে ৰাইছিনা আলোচনা ২০২৫ উদ্বোধন কৰিব। ৰাইচিনা আলোচনাৰ দশম সংস্কৰণ কাইলৈৰ পৰা অহা ১৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব। এই আলোচনা হৈছে ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক বিষয়সমূহৰ লগতে গোলকীয় সম্প্রদায়ে সন্মুখীন হৈ অহা প...

March 16, 2025 2:06 PM

views 24

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ ৫ দিনীয়া ভাৰত ভ্রমণসূচী

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট'ফাৰ লাক্সন ৫ দিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্রী, জ্যেষ্ঠ বিষয়া, উদ্যোগপতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যকে ধৰি এটা উচ্চস্তৰীয় প্রতিনিধি দলো ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত এইবুলি কৈছে, যে নিউজিলেণ্ডৰ ...

March 14, 2025 7:42 PM

views 16

ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গৰিহণা

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক গৰিহণা দি দেশখনৰ অন্তৱৰ্তীকালীন কর্তৃপক্ষক জাতি-ধর্ম নির্বিশেষে দেশবাসীক সুৰক্ষা দিবৈল আহ্বান জনাইছে বুলি কূটনীতিবিদসকলে প্ৰকাশ কৰিছে। ৰাছিয়া আৰু আমেৰিকাই খচৰা প্ৰস্তুত কৰা ৰাষ্ট্ৰপতিৰ বিবৃতিটো আজি নিৰাপত্তা পৰিষদৰ মুকলি অধি...

March 12, 2025 12:04 PM

views 16

৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ইউক্ৰেইনৰ সন্মতি প্ৰকাশ

ইউক্রেইনে ৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এতিয়া ৰাছিয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ই সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ চোৰ...

March 9, 2025 11:34 AM

views 30

ভাৰতে অষ্ট্ৰেলিয়া, ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন’ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে

ভাৰতে শেহতীয়া দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ অধীনত অষ্ট্ৰেলিয়া, সংযুক্ত আৰব আমীৰি ৰাষ্ট্র-ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন'ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইনসহ অন্য সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।