আন্তৰ্জাতিক সংবাদ

March 9, 2025 11:26 AM

views 32

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটৰ ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটে ১২ বছৰৰ বিৰতিৰ মূৰত ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ কৰিছে। শুকুৰবাৰে জেদ্দাহত সংগঠনটোৰ সাধাৰণ পৰিষদত হোৱা ২০ সংখ্যক অসাধাৰণ সত্ৰত মন্ত্রীগোটে সংগঠনৰ সচিবপ্ৰধানক সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ আৰু পৰৱৰ্তী সত্ৰত বিষয়টো উল্লেখ কৰিবলৈ দায়িত্ব প্ৰদান কৰে। উল্লেখ...

March 9, 2025 11:22 AM

views 17

গাজাৰ পুনৰ নিৰ্মাণত আৰবৰ পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনৰ সমর্থন

গাজাৰ পুনৰ নিৰ্মাণৰ বাবে আৰবে আগবঢ়োৱা পৰিকল্পনাৰ প্ৰতি ফ্রান্স, জার্মানী, ইটালী আৰু ব্ৰিটেইনে সমর্থন জনাইছে। ৫৩ বিলিয়ন মার্কিন ডলাৰৰ এই পৰিকল্পলাৰ জৰিয়তে গাজাত পেলেষ্টাইন নাগৰিকসকলক স্থানান্তৰ নকৰাকৈ পুনৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চাৰিওখন দেশৰ বিদেশ মন্ত্ৰীসকলে কালি জাৰি কৰা এটা যুটীয়া...

March 9, 2025 11:19 AM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ দুদিনীয়া মৰিছাচ ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে মৰিছাচলৈ যাব। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয়, যে এয়া হ'ব ২০১৫ চনৰ পাছত প্রধানমন্ত্রী মোদীৰ প্ৰথম মৰিছাচ ভ্ৰমণ। কেইবা শতিকাধৰি উমৈহতীয়া ইতিহাস, সংস্কৃতি আৰু জনসম্পৰ্কৰ ভিত্তিত মৰিছাচ সৈতে...

March 8, 2025 8:02 PM

views 32

ইউক্রেইনৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত

যোৱা নিশা ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্রেইনৰ গৃহবিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিস্টিক মিছাইল, একাধিক ৰকেট আৰু ড্ৰ'নেৰে আক্ৰমণ কৰাৰ ফলত আঠটা বহুমহলীয়া অট্টালিকা আৰু ৩০খন বাহনৰ ক্ষতিসাধন হয়। সূত্ৰটোৱে আৰু জনোৱামতে এই আ...

March 8, 2025 8:00 PM

views 32

ছিৰিয়াৰ উপকূলীয় অঞ্চল ছিৰিয়া সেনা আৰু বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু

ছিৰিয়াৰ উপকূলীয় অঞ্চল লাটাকিয়াত আজি পুৱা চিৰিয়া সেনা আৰু উগ্রবাদী সংগঠন বাছাৰ আল আছাদৰ মাজত হোৱা যুদ্ধত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্রিটেইনত থকা ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধত কমেও ১২০ জন বিদ্রোহীৰ লগতে ৯৩ জন চিৰিয়ান সেনা নিহত হৈছে। তদুপৰি এই সংঘর্ষত কমেও আন ৩৩০ জন লোক ...

March 8, 2025 7:58 PM

views 67

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যর্পন মন্ধ্যালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতাৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহ্বান জনোৱাৰ এদিন পাছতে পাকিস্তানে এই নির্দেশ জাৰি কৰিছে। নির্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা...

March 6, 2025 6:55 PM

views 13

বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ কালি ৰাজশ্বাহীৰ ৰে’ল লাইন অৱৰোধ

ঢাকা বিশ্ববিদ্যালয়ৰ সমাপ্তি আৰু সকলো খণ্ডতে ক্ষমতা আৰু নিয়োগৰ ক্ষেত্ৰত ঢাকা কেন্দ্ৰিক আধিপত্য অন্ত পেলোৱাৰ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থীসকলে কালি ৰাজশ্বাহীৰ ৰে'ল লাইন অৱৰোধ কৰে। উপদেষ্টা পৰিষদৰ নিয়োগৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগলৈকে সকলো ক্ষেত্ৰতে ঢাকা আৰু ঢাকা বিশ্ববিদ্যালয়ে আধিপত্য...

March 5, 2025 12:38 PM

views 36

ইউক্রেইনত শান্তি বৰ্তাই ৰখাৰ বাবে ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ ভ’ল’ডিমিৰ জেলেনস্কিৰ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে দেশখনত শান্তি বৰ্তাই ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নেতৃত্বৰ অধীনত কাম কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে। যোৱা শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতে জেলেনস্কিয়ে এই কথা প্রকাশ কৰিছে। আমেৰ...

March 4, 2025 6:36 PM

views 40

জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে বাংলাদেশৰ ঢাকাত জনসাধাৰণৰ প্ৰতিবাদ সাব্যস্ত

বাংলাদেশৰ ঢাকাত গৃহ পৰিক্ৰমা উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাৰে গঠিত এখন মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শেহতীয়াকৈ ঢাকাত দুগৰাকী ছোৱালীক কৰা বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই মহিলা মঞ্চই উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীক পদৰ পৰা ...

March 4, 2025 6:14 PM

views 38

মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা ডনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মেক্সিকো আৰু কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে। শ্রী ট্রাম্পে কয়, যে এই আমদানি শুল্কই দেশ দুখনৰ পৰা আমেৰিকালৈ অনা অবৈধ নিচাযুক্ত সামগ্ৰী আৰু দেশ দুখনৰ পৰা আমেৰিকাত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী ৰোধ কৰাতো ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।