নির্বাচন

June 9, 2025 12:28 PM

views 24

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি বিয়লি ৩ বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্রার্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই বীৰে...

June 1, 2025 7:22 PM

views 67

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা বছৰ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। গোলাঘাটত আজি এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা বিজেপিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰি দলৰ বহু বিষয়ববীয়া আৰু কাৰ্যকৰ্তা...

May 13, 2025 8:17 PM

views 31

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অভূতপূর্ব সাফল্য

পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। নির্বাচন আয়োগে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩০০ খনত জয়লাভ কৰাৰ...

May 12, 2025 6:36 PM

views 32

বঙাইগাঁও জিলাৰ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি মিত্রজোঁটৰ গৰিষ্ঠ সংখ্যক আসন দখল

বঙাইগাঁও জিলাৰ মুঠ ৬৫ খন আঞ্চলিক পঞ্চায়ত আৰু ১২ খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰিছে। জিলা পৰিষদৰ ৪ খন আসনত বিজেপিয়ে আৰু ৪ খনত অগপই জয়লাভ কৰিছে। এখন আসন কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৩ খন আসনত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তসমূহৰ ভিতৰত ১৯ খনত অগপ...

May 12, 2025 6:33 PM

views 26

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিৰ জয়লাভ

কামৰূপ জিলাৰ মুঠ ২৪ খন জিলা পৰিষদৰ আসনৰ ২২ খনত বিজেপিয়ে জয়লাভ কৰিছে। এখন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে অন্য এখন আসন এ আই ইউ ডি এফে দখল কৰিবলৈ সমৰ্থ হৈছে। আনহাতে জিলাখনৰ ১১৯ খন আঞ্চলিক পঞ্চায়তৰ ৮৫ খনত বিজেপি মিত্রজোঁটে জয়লাভ কৰিছে। বিৰোধী দল কংগ্ৰেছে ২৩ খন আসনহে দখল কৰিবলৈ সমৰ্থ হৈছে।

May 11, 2025 8:56 PM

views 26

গোৱালপাৰাৰ ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অগ্রগতি লাভ

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। গোৱালপাৰাত ১৪খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অগ্রগতি লাভ কৰি আছে৷ আজি অনুষ্ঠিত ভোটগণনা প্ৰক্ৰিয়াত বিজেপি মিত্রজোঁটে ৯খন জিলা পৰিষদে অগ্রগতি লাভ কৰিছে। এ আই ইউ ডি এফে তিনিখন আৰু কংগ্...

May 11, 2025 8:48 PM

views 36

ৰাজ্যৰ বিভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ২৭খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নাছিল, ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্রার...

May 9, 2025 11:54 AM

views 38

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্ৰস্তুতি প্রায় সম্পূৰ্ণ, বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ

পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলাসমূহত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্র স্থাপন কৰা হৈ...

May 8, 2025 11:29 AM

views 27

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন, ৫৬.৭১ শতাংশ ভোটদান

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হয়। যোৱানিশালৈকে লাভ কৰা তথ্য অনুসৰি জিলাকেইখনত ৫৬ দশমিক ৭ – ১ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। অৱশ্যে ৰাজ্যিক নির্বাচন আয়োগে ভোটদানৰ সামগ্রিক হাৰৰ চূড...

May 7, 2025 8:18 PM

views 36

মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰ অনুসৰি বিয়লি ৩.৩০ বজালৈকে নলবাৰী জিলাত ৫৯ দশমিক ৪- ৫ শতাংশ, দক্ষিণ শালমাৰা জিলাত ৫৮ শতাংশ, গোৱালপাৰা জিলাত ৫৬ দশমিক ২-২ শতাংশ, বঙাইগাঁও জিলাত ৬২ দশমিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।