নির্বাচন

August 20, 2025 11:37 AM

views 58

বিটিচি নির্বাচনত জয়লাভৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ প্ৰস্তাৱ অসম গণ পৰিষদৰ

জয়লাভৰ সম্ভাৱনা থকা প্রার্থীক বি টি চি নির্বাচনত প্রার্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আমবাৰীত কালি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনু...

August 19, 2025 12:51 PM

views 72

বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ কচুগাঁৱত এখন জনসভাত অংশগ্ৰহণ কৰিছে। এই সভাত তেওঁ বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ প্ৰচাৰ চলায়। জনতাক সম্বোধি তেওঁ কয়, যে বি পি এফ নাইবা ইউ পি পি এলৰ লগত আসন বুজাবুজিৰে বিজেপি বি টি আৰত নিৰ্বাচনত অৱতীৰ্ণ হ'লে বিজেপিৰ ভাগত পৰা আটাইকেইখ...

August 18, 2025 9:30 PM

views 66

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক- বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচন...

August 13, 2025 9:25 PM

views 51

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৫খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে আজি বিটিচিৰ ৫ খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। চিৰাং, কোকৰাঝাৰ, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। ইপিনে চিৰাং জিলাৰ অন্তৰ্গত ৭টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয...

August 12, 2025 12:56 PM

views 34

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত ৰাহুল গান্ধী আৰু আৰ জে ডিৰ দাবী খাৰিজ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ বিশেষকৈ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী আৰু আৰ জে ডিৰ দাবী খাৰিজ কৰিছে। সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে কৰা তথ্য পৰীক্ষাত নিৰ্বাচনী সংস্থাটোৱে কয় যে বিশুদ্ধ নির্বাচনী তালিকাই গণতন্ত্র শক্তিশালী কৰে। সংস্থাটোৱে এছ আই আৰৰ সৈতে জড...

August 11, 2025 11:41 AM

views 43

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ ...

August 5, 2025 11:23 AM

views 45

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত

■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যা...

July 19, 2025 10:06 PM

views 44

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিতঃ বিজেপি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিত বুলি বিজেপিয়ে আজি বিৰোধী দলক তীব্র সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদী কয়, যে আম আদমী পাৰ্টীয়ে বিৰোধী মিত্ৰজোঁটত অন্তৰ্ভুক্ত হৈ থকা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে। ...

June 26, 2025 9:49 PM

views 50

নিৰ্বাচনৰ প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে পঞ্জীয়নকৃত ৩৪৫টা অস্বীকৃত ৰাজনৈতিক দলৰ বাতিলকৰণ প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগে পঞ্জীয়নকৃত ৩৪৫ টা অস্বীকৃত ৰাজনৈতিক দলক প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে বাতিল কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৯ চনৰ পৰা লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নির্বাচন তথা উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এই দলসমূহৰ...

June 13, 2025 12:34 PM

views 66

ৰাজ্যসভাৰ অসমৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীৰ বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ

অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতে এন ডি এৰ প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ বিপৰীতে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কনাড পুৰকায়স্থই মনোনয়ন দাখিল কৰিছিল। এই আসন দুখনৰ বাবে বিৰোধীয়ে কোনো প্রার্থী প্ৰক্ষেপ নকৰাত কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।