ডি ডি নিউজ

June 12, 2025 3:15 PM

views 49

দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে: বিত্তমন্ত্ৰী

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমনে কয়, যে ২০১৪ চনত ৭ হাজাৰ কোটিৰো অধিক প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰা হৈছিল আৰু বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ ৬ লাখ ৪৩ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। ২০২৪...

June 10, 2025 8:21 PM

views 68

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহি...

June 4, 2025 8:32 PM

views 32

মিৰাজ কৰ্ডলাইন প্ৰকল্পত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

ৰে'ল মন্ত্ৰালয়ে মহাৰাষ্ট্ৰত চেণ্ট্ৰেল ৰে'লৱেৰ অধীনত প্রায় ১২৯ কোটি টকা ব্যয় সাপেক্ষ মিৰাজ কৰ্ডলাইন প্ৰকল্পত অনুমোদন জনাইছে। ১ দশমিক ৭ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'ললাইনে ৰেল পৰিচালনা পদ্ধতি উন্নত কৰাৰ লগতে মিৰাজ জংছনৰ ভিৰ নিয়ন্ত্ৰণ কৰিব। মিৰাজ জংছন হৈছে - মিৰাজ -পুণে, মিৰাজ-কোলহাপুৰ আৰু মিৰাজ -লণ্...

May 19, 2025 8:37 PM

views 34

চৰাইদেউত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড

চৰাইদেউ জিলাৰ সোণাৰিত ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক হত্যাৰ ১৩ বছৰ পুৰণি গোচৰত আজি ২৩ জন লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হয়। চৰাইদেউ জিলাৰ ন্যায়িক আদালতে আজি এই ঐতিহাসিক ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণত ফুলেশ...

May 8, 2025 8:26 PM

views 29

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রীৰ

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী আদেল আল জুবেইৰে আজি পুৱা নতুন দিল্লীত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। তেওঁলোকৰ মাজত অনুষ্ঠিত বৈঠকৰ বিষয়ে জানিবলৈ দি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিষয়ে তেওঁ চৌ...

May 6, 2025 8:25 AM

views 40

চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত

● চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। কালি অনুষ্ঠিত ফাইনেলত ২৮ বছৰীয়া খেলুৱৈগৰাকীয়ে তিনিবাৰৰ বিশ্ব চেম্পিয়ন মার্ক উইলিয়ামছৰ বিৰুদ্ধে ১৮- ১২ ফলাফলত বিজয় অর্জন কৰি এই কৃতিত্ব লাভ কৰে।

April 27, 2025 11:33 AM

views 28

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ মাজত সন্ত্ৰাসবাদ সম্পৰ্কে টেলিফোনিক বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ফোন যোগে কথা পতাৰ বিষয়ে উল্লেখ কৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ...

April 26, 2025 7:00 PM

views 31

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা

জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহ...

April 22, 2025 3:14 PM

views 21

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

কৈলাস মান সৰোবৰ যাত্ৰা অহা ৩০ জুনৰ পৰা আৰম্ভ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উল্লেখযোগ্য যে কোৱিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত ৪ বছৰ ধৰি এই যাত্ৰা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। উত্তৰাখণ্ড চৰকাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত এই যাত্ৰাৰ আয়োজন কৰা হৈছে। কুমাউন মণ্ডল বিকাশ নিগ...

April 21, 2025 3:43 PM

views 44

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।