ডি ডি নিউজ

August 19, 2025 7:08 PM

views 45

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসৰ ৮৯ বছৰীয়া জন্মদিন পালন

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বাতৰি সঞ্চালক বিৰাজ দাসে আজি ৮৯ বছৰ সম্পূৰ্ণ কৰিছে। অনাতাঁৰ বাতৰিক অতি উচ্চ মানলৈ নিবলৈ সমৰ্থ হোৱা এইগৰাকী ব্যক্তিয়ে অৱসৰৰ পাছতো আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছিল আৰু এতিয়াৰ প্ৰজন্মই বাতৰি সম্পাদক আৰু বাতৰি পঢ়...

August 10, 2025 8:30 PM

views 135

ভাৰতৰ ন্যায়িক ব্যৱস্থা, কাৰ্যপালিকা আৰু বিধানমণ্ডলীয়ে দেশৰ প্ৰতিজন নাগৰিকক ন্যায় প্ৰদান কৰাৰ বাবে সদা-প্রস্তুতঃ ন্যায়াধীশ বি আৰ গাভাই

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে কৈছে যে ভাৰতৰ ন্যায়িক ব্যৱস্থা, কাৰ্যপালিকা আৰু বিধানমণ্ডলীয়ে দেশৰ প্ৰতিজন নাগৰিকক ন্যায় প্ৰদান কৰাৰ বাবে সদা-প্রস্তুত। ন্যায় ব্যৱস্থাৰ এই গোটেইকেইটা স্তম্ভই সহযোগিতাৰে কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয়, যে দেশৰ প্ৰতিজন নাগৰিকক ক্ষীপ্ৰভাৱে আৰু কম...

August 7, 2025 12:25 PM

views 37

বিশ্ব গেমছ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ সাজু ভাৰতৰ ১৮ জনীয়া দলটো

চীনৰ চেংডুত আজিৰে পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব গেমছ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১৮ জনীয়া দলটো সাজু হৈছে। ১৯৮১ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত ৩৪ বিধ খেলৰ ৬০টা ইভেণ্টত ২৫৩টা পদকৰ বাবে প্...

July 28, 2025 11:42 AM

views 55

চি ইউ ই টি স্নাতকোত্তৰ সমাজতত্ব বিভাগৰ প্ৰৱেশ পৰীক্ষাত ডিফুৰ শৈলজা ছিংনাৰপিয়ে দেশৰ ভিতৰত ৮৭ সংখ্যক স্থান লাভ

সদ্য ঘোষিত চি ইউ ই টি স্নাতকোত্তৰ সমাজতত্ব বিভাগৰ প্ৰৱেশ পৰীক্ষাত ডিফুৰ শৈলজা ছিংনাৰপিয়ে দেশৰ ভিতৰত ৮৭ সংখ্যক স্থান লাভ কৰাৰ লগতে অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰী ছিংনাৰপি ডিফুৰ বিশিষ্ট লেখক অজিৎ ছিংনাৰ আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা গীতা হান্সেপিৰ জীয়...

July 27, 2025 12:07 PM

views 149

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে শব্দ ৰেকৰ্ডিং যন্ত্ৰৰে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা উল্লেখ কৰে। ৪০ টাতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্ত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত বহুতো বিৰল চৰাইও আছে। শব্দ ৰেকৰ্ডিং যন্ত্ৰ স্থাপন কৰি লোকপিয...

July 23, 2025 7:22 PM

views 61

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে গুৱাহাটীত কর্মশালা অনুষ্ঠিত

ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা পুষ্টিবর্ধক চাউল সম্পর্কত সংবাদ মাধ্যমক অধিক সচেতন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত এখন কর্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনি, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ব্ৰহ্মপুত্ৰ সামাজিক গৱেষণা সংস্থাৰ উদ্যোগত আয়োজিত এই কর্মশ...

July 20, 2025 8:47 PM

views 50

বৰপেটা জিলাত গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ সামৰণি

বৰপেটা জিলা ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৩ বছৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালী গ্ৰীষ্মকালীন ক্রিকেট প্রশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। এই উপলক্ষে বৰপেটা জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত আয়োজিত সামৰণি অনুষ্ঠানত প্রাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে সভাপতিত্ব কৰে। কেইবাগৰাকীও অভিজ্ঞ প্রশিক্ষকে প্রশিক্ষণ প্রদ...

July 4, 2025 6:41 PM

views 159

কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্কৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত সুকন্যা সোণোৱাল

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱালক কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্ক -চি ৱাই পি এ এনৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত কৰা হৈছে। চি ৱাই পি এ এন হৈছে কমনৱেলথ সদস্যভুক্ত ৰাষ্ট্ৰসমূহত সৃষ্টি হোৱা হিংসাত্মক উগ্ৰবাদক প্রতিহত কৰাৰ লগতে শান্তি, সন্মান ...

June 29, 2025 11:55 AM

views 47

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে আজি শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ যাব। তেওঁ পোনে পোনে শিৱসাগৰ নগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হৈ ৰংঘৰৰ প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰিব। ইয়া...

June 23, 2025 11:57 AM

views 47

মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ

দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰা হয়। এই শ্রদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত লোকৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ শাখাই এই আঁচনিখনৰ তদাৰকৰ দা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।