ডি ডি নিউজ

February 12, 2025 11:01 AM

views 59

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬,৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যক...

February 1, 2025 7:42 PM

views 28

কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ চনৰ কেন্দ্রীয় বাজেটে ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলি প্ৰকাশ কৰিছে। বাজেট সম্পৰ্কত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিকাশৰ যাত্ৰাৰ বাবে এইবাৰৰ বাজেটক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও ...

January 27, 2025 8:22 PM

views 35

নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন

দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰ...

January 12, 2025 12:10 PM

views 28

নগাঁও জিলাৰ ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী পালন

নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত কালি মুঠ ৯৫ খন পতাকা উত্তোলন কৰা হয়। শিক্ষক- সাহিত্যিক ফনীন্দ্র নাথ গায়ন আৰু শিক্ষক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আ...

January 7, 2025 1:43 PM

views 31

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৭ দশমিক ১ বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লবুছেৰ...

January 3, 2025 12:46 PM

views 49

গুণাৰাম খনিকৰৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেডৰ

বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেড নামৰ এটা কোম্পানী গোলাঘাটৰ গুণাৰাম খনিকৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ বাবে কালি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ বিজ্ঞানীসহ এটা বিশেষ দল গোলাঘাটত উপস্থিত হয়। বিশেষজ্ঞ দলটোৱে প্রথমে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ...

January 2, 2025 9:45 AM

views 32

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক আলোচনা আছিল। ব...

December 27, 2024 5:50 PM

views 28

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ অংশগ্ৰহণ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বাবিংশ সমাৱৰ্তন উৎসৱ আজি অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয় পৰিসৰত অনুষ্ঠিত এই সমাৱৰ্তনত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ, অধ্যাপক এম জগদেশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ সভাপ...

December 21, 2024 12:45 PM

views 30

৫ জানুৱাৰীত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ২০৩টা বিভিন্ন পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অহা ২৩ ডিচেম্বৰত এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ প্ৰকাশ কৰা হ'ব। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীয়ে slprbassam.in ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰবোৰ ডাউনলোড কৰিব পাৰিব বুলি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয...

December 17, 2024 8:24 PM

views 43

লখিমপুৰত অহা ১৯ পৰা ২৪ ডিচেম্বৰলৈ সু-শাসন সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণ

স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক শাসনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা সু-শাসন সপ্তাহৰ অংশ হিচাপে লখিমপুৰত অহা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সু-শাসন সপ্তাহৰ জৰিয়তে ৰাজহুৱা অভিযোগসমূহৰ সমাধান কৰিবলৈ জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।