ডি ডি নিউজ

June 23, 2025 11:56 AM

views 39

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যত ৪৪ হাজাৰ ১০৬ খন বিদ্যালয়ত প্ৰধানমন্ত্রী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা ১ লাখ ৮ হাজাৰ ৬৪৩ গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাহিলী মাননি ৫০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান...

June 23, 2025 11:53 AM

views 52

বিশিষ্ট ক্রীড়া সংগঠক বিচিত্ৰ কুমাৰ মেধিৰ দেহাৱসান

মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট ক্রীড়া সংগঠক বিচিত্ৰ কুমাৰ মেধিৰ আজি পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মঙলদৈৰ কৰিম চ’ক নিজ বাসভৱনত দেহাৱসান ঘটে। প্রাক্তন ফুটবল ৰেফাৰী, নর্থ মঙলদৈ ক্লাবৰ প্ৰাক্তন সভাপতি, মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন উপ-সভাপতি মেধিৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। বিভি...

June 23, 2025 11:52 AM

views 46

আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত অ’ এন জি চিৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জান...

June 22, 2025 12:25 PM

views 30

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া ছত্তিশগড় ভ্ৰমণসূচী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তিশগড়লৈ যাব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰ আৰু নাৰায়ণপুৰ জিলাত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব। শ্ৰী শ্বাহে আজি ৰায়পুৰত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ চৌহদৰ আধাৰ...

June 22, 2025 12:22 PM

views 62

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালি নিশা ইৰানৰ পৰা এখন বিশেষ বিমানযোগে ২৯০ গৰাকী ভাৰতীয়ক নতুন দিল্লীলৈ অনা হয়। কালি সন্ধিয়া ৩১০ গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান ইৰানৰ পৰা নতুন দিল্লীত উপ...

June 22, 2025 12:18 PM

views 58

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ

ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যখনৰ শক্তিমন্ত্ৰী ৰতন লাল নাথে কয়, যে বর্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৩৯ খন আবেদন লাভ কৰিছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক...

June 22, 2025 12:13 PM

views 39

ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ’ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব

ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণৰ লগত সহযোগ কৰাৰ কথা বিবেচনা কৰাৰ সময়তে প্রশান্ত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা আমেৰিকাৰ বোমাৰু বিমানে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ'ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ...

June 22, 2025 12:06 PM

views 27

ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধর্মীয় অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, অংগনৱাড়...

June 22, 2025 11:58 AM

views 54

দৰং জিলাৰ থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ ৩৫ জন ব্যক্তি অসুস্থ

দৰং জিলাৰ জলজলী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ৰঙামাটি ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৰু থেকেৰাবাৰী গাঁৱত খাদ্যত বিষক্রিয়া হৈ কালি ৩৫ জন ব্যক্তি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিসকলৰ ভিতৰত শিশুসহ ১১ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্বাস্থ্য বিভাগৰ প্ৰতিবেদন ...

June 20, 2025 11:51 AM

views 39

প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ২০০১-২০০৩ চনৰ চেম্পুল ৰিচাৰ্চ চিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ৪৯০গৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।