বতৰ

May 11, 2025 11:58 AM

views 27

২৭ মে’ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহ কেৰালা উপকূলত প্ৰৱেশৰ সম্ভাৱনা

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কয় যে ২৭ মে'ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। দক্ষিণ-পশ্চিম মৌচুমী প্রবাহৰ আৰম্ভণিৰ তাৰিখ ১ জুন বুলি ধাৰণা কৰা হৈছিল যদিও পাঁচ দিন পূর্বেই এইবাৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। খাৰিফ শস্যৰ বীজ সিঁচাৰ বত...

May 11, 2025 11:31 AM

views 29

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ উপৰি নগাঁও জিলাৰ আমচৈত এজন লোকৰ প্রাণহানি হয়। আমচৈৰ নকুচি বাগানত বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত ৰাজেশ্বৰ তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। মৰিগাঁও জিলাব শোলমাৰীত ধুমুহাত গছৰ ডাল ভাগি পৰাব ফলত এজন লোক গুৰুত...

May 9, 2025 11:36 AM

views 16

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ৩১ দশমিক ৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ দশমিক ৪ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞ...

May 8, 2025 11:21 AM

views 33

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজা...

May 5, 2025 4:49 PM

views 40

গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি

● ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে । বতৰ বিভাগে কাইলৈলৈকে বিহাৰ, ওড়িশা, হিমাচল প্রদেশ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অসম, মণিপুৰ আৰু পশ্চিম বংগত ধুমুহা, বজ্রপাত আৰু ধুমুহা বতাহৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সংস্থ...

April 25, 2025 11:12 AM

views 58

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্...

April 22, 2025 3:23 PM

views 22

গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ৩১ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে। যোৱা দুদিনত ৰাজ্যখনত দিনৰ ভাগত তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী বৃদ্ধি হয়। ৰাজ্যখনৰ কেইবাটাও অংশত সর্বাধিক তাপমাত্রা ৪২ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰিছে। পাটনাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত ...

April 22, 2025 12:36 PM

views 26

বতৰৰ বতৰা-

● ৰাজ্যৰ বিভিন্ন স্থানত কালি বিয়লিৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে অহা বৰষুণৰ ফলত বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কালি সন্ধিয়াৰ পৰা হোৱা বৰষুণৰ ফলত বহু স্থান পানীত বুৰ যায়। নবীন নগৰ, অনিল নগৰ, ভাস্কৰ নগৰ, ৰুক্মিনীগাঁও আদি অঞ্চল আজি পুৱা পৰ্যন্ত কৃত্রিম বানত বুৰ গৈ...

April 21, 2025 11:25 AM

views 40

বতৰৰ বতৰাঃ–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞা...

April 15, 2025 8:19 PM

views 25

চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।