বতৰ

August 3, 2025 11:25 AM

views 44

আগন্তুক ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতিঘণ্টাত ৪০ৰ ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দ...

July 20, 2025 1:09 PM

views 32

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, দুই-এজাক বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

July 18, 2025 10:31 AM

views 33

উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত

● এইবাৰ বাৰিষা কালত উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত অসমৰ ১৩ খন জিলা আছে। বতৰ বিজ্ঞান বিভাগে কোনো জিলাত স্বাভাৱিকতকৈ ৬০ পৰা ৯৯ শতাংশ কম বৰষুণ হ'লে ব্যাপক ঘাটি হোৱা জিলা বুলি গণ্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পহিলা জুনৰ পৰা ১৭ জুলাই সময়ছোৱাৰ ...

July 14, 2025 11:48 AM

views 28

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কে...

July 7, 2025 1:49 PM

views 28

গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীত দুকুৰিৰো অধিক গাঁও প্লাৱিত

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলীগড়, খুমটাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰ...

June 19, 2025 12:12 PM

views 40

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কে...

June 17, 2025 12:31 PM

views 42

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল ...

June 17, 2025 9:48 AM

views 25

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটক, পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু ওড়িশাত অহা দুই-তিনি দিনত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুইৰ পৰা তিনিদিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, পশ্চিমবংগ, গুজৰাট, গোৱা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে আজি সৌৰাষ্ট্ৰ আৰু কছৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰ...

June 14, 2025 12:01 PM

views 22

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰে এই পদক্ষেপসমূহ শপতনামা ৰূপত ন্যায়ালয়ত দাখিল কৰে। ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব আল...

June 13, 2025 12:21 PM

views 22

ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত; কেইবাখনো জিলাত পাৰাস্তম্ভ ৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম

ৰাজ্যত যোৱা কিছুদিন ধৰি গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত আছে। কালি ডিব্ৰুগড়, যোৰহাট, উত্তৰ লখিমপুৰ আৰু ওদালগুৰি জিলাৰ মাজবাটত পাৰাস্তম্ভই ৩৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে। একেদৰে নগাঁও আৰু কামৰূপ জিলাত পাৰাস্তম্ভই ৩৭ দশমিক ৫ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰে। পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত জনজীৱন একপ্ৰকাৰ স্থবিৰ হৈ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।