বতৰ

June 10, 2025 12:24 PM

views 27

দেশৰ উত্তৰ পশ্চিম প্রান্তত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে কৰ্ণাটকৰ উপকূলীয় তথা অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, ওড়িশা, ৰায়ালাছিমা, তামিলনাড়ু, পুডুচেৰী আৰু কৰাইকালৰ অঞ্চলবিশেষে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতর্কবাণী জাৰি কৰিছে। পৰৱৰ্তী দুটা দিনত অন্ধ্ৰপ্ৰদেশৰ কিছু উপকূলীয় অঞ্চল, আন্দামান আৰু নি...

June 5, 2025 9:43 PM

views 33

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰ...

June 1, 2025 7:10 PM

views 25

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৫৬ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে বার্তালাপ কৰি...

May 31, 2025 1:23 PM

views 24

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। অসমত নেৰা-নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ...

May 30, 2025 11:47 AM

views 26

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত, কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত পৰহিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগ...

May 23, 2025 8:31 PM

views 62

দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আই এম ডিয়ে দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত আই এম ডিৰ জ্যেষ্ঠ বিজ্ঞানী ড° আৰ. কে জেনামণিয়ে কয় যে দক্ষিণ কোংকন-গোৱা উপকূলৰ ওচৰত পূব- মধ্য ...

May 21, 2025 9:04 PM

views 27

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমনৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমন ঘটিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনৰ ভিতৰত বতাহজাকে কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে কৈছে যে, কেৰালাত বতাহজাকৰ আগমনৰ বাবে অনুকুল বাতাবৰণ গঢ়ি উঠিছে। আকাশবাণীৰ সৈতে হোৱা আচুতিয়া কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ...

May 21, 2025 7:54 PM

views 37

কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় চৰকাৰে ২৯ মে'ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট ক...

May 20, 2025 7:09 PM

views 35

উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানৰ য়েল্ল’ এলাৰ্ট জাৰি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান প্রতিষ্ঠানে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। অসমৰ বিভিন্ন স্থানত অহা দুই-তিনিদিনলৈ নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। যোৱা মাজনিশাৰে পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণ হয়।...

May 19, 2025 9:28 PM

views 98

আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলি ঢেৰেকণিৰ সৈতে ধাৰাষাৰৰ পৰা অতি প্রবল বৰষুণৰ আগলি বতৰা দিছে। এই সময়ছোৱাত কোংকাণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলসমূহতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভাগে লগতে জম্মু-কাশ্মীৰ, লাডাখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।