February 22, 2025 7:05 PM

views 7

হাইলাকান্দিত বিদ্যালয়সমূহত যোগান ধৰা ইউনিফর্মৰ বিশেষ পৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ত যোগান ধৰা ইউনিফৰ্মৰ বিশেষ পৰীক্ষণ আৰম্ভ হৈছে। হাইলাকান্দি জিলাতো আজিৰে পৰা ইউনিফর্ম যোগান প্রক্রিয়া দুর্নীতিমুক্ত কৰাৰ বাবে শিক্ষা বিভাগে বিশেষ পৰীক্ষণৰ ব্যৱস্থা কৰিছে। ইউনিফৰ্মত থকা পলিষ্টাৰ সূতাৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ ছালফিউৰিক এচিডৰ ব্যৱহাৰেৰে এই পৰীক্ষাসমূহ চলোৱ...

February 22, 2025 12:32 PM

views 26

শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত ৰাজ্যপালৰ গুৰুত্ব আৰোপ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই ৰাজ্যখনক উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে সমাজখনক উৎকৰ্ষতাৰ দ...

February 22, 2025 12:25 PM

views 13

এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধিৰ সিদ্ধান্ত

এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধি পাব। কেন্দ্ৰীয় পথ, পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রনালয়ে ইতিমধ্যে প্রয়োজনীয় টোকা প্ৰস্তুত কৰি উলিয়াইছে। সেই অনুসৰি ৫ৰ পৰা ১৫ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰ ৩ জুনৰ পৰা টোল মাচুল বৃদ্ধি কৰা হৈছিল। ইফালে ৰাজ্যখন...

February 22, 2025 12:22 PM

views 32

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাৰ চলিত বাজেট অধিৱেশনত কালি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই কথা জানিবলৈ দিয়ে। সদনত ৰাজহ বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰী কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত...

February 22, 2025 12:19 PM

views 14

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন স্থানত থকা দলীয় কার্যালয়ত দলীয় নেতা-কর্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি প্ৰতিবাদী সমদলো উলিয়াই। গুৱাহাটীৰ ৰাজীৱ ভৱনত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ...

February 22, 2025 12:14 PM

views 32

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছে...

February 22, 2025 12:06 PM

views 21

আই এছ এলত নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি বেংগালুৰু ফুটবল ক্লাব পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত

ইণ্ডিয়ান চুপাৰ লীগ, আই এছ এল ফুটবল প্রতিযোগিতাত বেংগালুৰু ফুটবল ক্লাবে নর্থ ইষ্ট ইউনাইটেডক ২-০ গ'লত পৰাস্ত কৰি পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে । কালি শ্বিলঙৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত বেংগালুৰু এফ চিৰ ৰিয়ান উইলিয়ামছ এ তৃতীয় মিনিটত আলবার্টো নোগুৱেৰাই ৮১ মিনিটত গ'ল দিয়ে। বেংগালুৰুৱে ২১...

February 22, 2025 12:02 PM

views 20

এফ আই এইচ প্ৰ’ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ হাতত আয়াৰলেণ্ড পৰাস্ত

এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত যোৱা নিশা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতৰ পুৰুষ দলে আয়াৰলেণ্ডক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আয়াৰলেণ্ডৰ জেৰেমি ডানকানে ৮ মিনিটত দিয়া প্ৰথমটো গ'লেৰে শক্তিশালীভাৱে খেল আৰম্ভ কৰিছিল যদিও ভাৰতৰ মনদীপ সিঙে প্ৰথমটো গ'ল দি দলটোক সবল স্থিতিলৈ আনে। ভাৰত...

February 22, 2025 11:59 AM

views 12

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আফগানিস্তান দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ কৰাচীত অনুষ্ঠিত গ্রুপ-বিৰ দিবা-নৈশ এখন খেলত কালি দক্ষিণ আফ্রিকাই আফগানিস্তানক ১০৭ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে ৩১৬ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত অভাৰৰ ৩৯টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ...

February 22, 2025 11:55 AM

views 27

আকাশবাণীযোগে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰ...