March 17, 2025 7:53 PM
28
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি ৫ খন চুক্তি স্বাক্ষৰিত
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ৰ ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস্পৰিক গ্রহণযোগ্যতাৰ চুক্তিও স্বাক্ষৰ কৰে। দুয়ো পক্ষই মুক্ত বাণিজ্য চুক্তি আলোচনা আৰু পেচাদাৰী তথা দক্ষ শ্রমিকৰ গতিশীলতাৰ বাবে সহজলভ্য ব্যৱস্থাপনা...