March 18, 2025 12:18 PM

views 28

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী জাৰি

উজনি অসমৰ চাৰিখন জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্তৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আৰু এম জি এনৰেগা আঁচনি ৰূপায...

March 18, 2025 12:17 PM

views 19

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ এই ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰে । জিলাখনৰ টেঙাখাত, বৰবৰুৱা, লাহোৱাল, বকুল, জোকাই আদি অঞ্চলটো ধুমুহাই বহুলোকৰ ঘৰদুৱাৰৰ ক্ষতি হোৱা বুলি আমাৰ সংসাদ...

March 18, 2025 12:15 PM

views 19

দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশৰ পঞ্চমটো চন্দ্ৰ অভিযানত অনুমোদন জনাইছে। দেশৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবলগীয়া এই অভিযানত কেন্দ্ৰই অনুমোদন জনোৱাৰ বিষয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন অধ্যক্ষ ভি নাৰায়ণনে কালি বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত প্ৰকাশ কৰিছে। ২০৪০ চনৰ ভিতৰত ভাৰতীয় ...

March 18, 2025 12:13 PM

views 49

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ প্ৰয়াস ৰাজ্য চৰকাৰৰ

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ চৰকাৰে প্ৰয়াস কৰিব। ফে'চবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে গুৰু দুজনাৰ পৱিত্ৰ স্পৰ্শৰে এতিয়াও পাটবাউসী, দামোদৰদেৱ আৰু বৰপেটা সত্ৰ তথা বৰদোৱা থান জীপাল হৈ আছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰম...

March 18, 2025 12:11 PM

views 15

প্রখ্যাত ডি আই কালাৰিষ্ট সুজীত বৰাৰ দেহাৱসান

প্রখ্যাত ডি আই কালাৰিষ্ট তথা অনলাইন গ্রাফিক ডিজাইনাৰ সুজীত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। ভি চি পি মায়'পেথি নামৰ বিৰল অৱক্ষয়ীজিনিয় ৰোগত আক্ৰান্ত প্ৰয়াত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। তিনি...

March 18, 2025 12:09 PM

views 46

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী লোকনাথ কুটুমৰ দেহাৱসান

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি লোকনাথ কুটুমৰ কালি নিশা মাজুলী জিলা চিকিৎসালয়ত মৃত্যু হয়। মাজুলীৰ চুমৈমাৰী গাঁও নিবাসী সমাজকর্মীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ। কুটুমৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপ...

March 17, 2025 7:59 PM

views 23

কাবাডী বিশ্বকাপ ২০২৫ ত ভাৰতীয় পুৰুষ দলৰ ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত

ইংলেণ্ডত আজি কাবাডী বিশ্বকাপ ২০২৫ আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় পুৰুষ দলে ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কাবাডী বিশ্বকাপৰ উদ্বোধনী খেলখনত ইংলেণ্ডে হাংগেৰীক ১০১-২৫ ফলাফলত পৰাস্ত কৰে। পোনপ্ৰথমবাৰৰ বাবে এছিয়াৰ বাহিৰত আয়োজিত কাবাড়ী বিশ্বকাপত এইবাৰ ৬০ ...

March 17, 2025 7:57 PM

views 41

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা

বর্তমান ৰাষ্ট্ৰপতি শাসনত থকা মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হয়। উচ্চ সদনে আজি মণিপুৰ বিনিয়োজন বিধেয়ক ২০২৫ আৰু ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ লেখানুদান প্ৰস্তাৱ সম্পৰ্কত আলোচনা কৰে। এই সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ শক্তি সিং গহিলে ৰাজনৈতিক মতানৈক্য দূৰ কৰি মণিপু...

March 17, 2025 7:56 PM

views 18

ৰে’ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ৰে’লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ৰে'ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে যাত্ৰীসকলৰ বাবে সুলভ আৰু আৰামদায়ক ৰে'লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। দেশত ৰে'ল দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকাৰ লগতে যোৱা ১০ বছৰত ৰে'লখণ্...

March 17, 2025 7:54 PM

views 27

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলচী গাববাদৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলচী গাববাদৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা সামগ্রিক আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতাৰ বাবে কৌশলগত সুৰক্ষা অন্যতম গুৰুত্বপূৰ্ণ কাৰক বুলি মত প্ৰকাশ কৰে। বৈঠ...