March 18, 2025 1:01 PM

views 18

বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সাক্ষাৎ ৰক্ষা খাড়ছেৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছেই ইটালীৰ টুৰীনত অনুষ্ঠিত বিশেষ অলিম্পিকছ বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক কালি সাক্ষাৎ কৰে। প্ৰতিযোগিতাত অংশ লৈ ৮টা সোণ, ১৮টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ৩৩টা পদক অৰ্জন কৰা ভাৰতীয় দলৰ খেলুৱৈসকলক মন্ত্ৰীগৰাকীয়ে...

March 18, 2025 12:59 PM

views 41

২০২৮ চনত অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ২০২৮ চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে। যোৱা মাহত কমিটীখনে বিশ্ব বক্সিং সংস্থাক অস্থায়ী স্বীকৃতি প্ৰদান কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তক আদৰণি জনাই বিশ্ব বক্সিঙৰ সভাপতি বৰিছ ভান ডেৰ ভৰ্ষ্টে কয় যে এয়া অত...

March 18, 2025 12:57 PM

views 41

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি ১৯ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। জিলা আৰক্ষী অধীক্ষক জীতেন্দ্ৰ কুমাৰ যাদৱে কয়, যে এই মাওবাদীসকলৰ বাবে চৰকাৰে ২৯ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ পুনৰ সংস্থাপন নীতিৰ আধাৰত প্ৰতিজন মাওবাদীকে ২৫ হাজাৰ টকাকৈ দিয়া হৈছে বুলি তেওঁ ঘোষণা কৰে।         ৰাজ্যখনৰ কন্দ...

March 18, 2025 12:55 PM

views 9

নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম’বাইল এপ মুকলি

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম'বাইল এপ মুকলি কৰে। এই এপটোৱে সহজসাধ্য পথ নিৰ্দেশনা, আধাৰৰ জৰিয়তে পঞ্জীয়ন আৰু শেহতীয়া তথ্যসমূহৰ বিষয়ে পৰীক্ষাৰ্থীক অৱগত কৰিবলৈ সঠিক সময়ৰ জাননীকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰিব। কর্মসংস্থাপন,...

March 18, 2025 12:50 PM

views 15

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে কালি নতুন দিল্লীৰ ৰকবগঞ্জৰ গুৰুদ্ধাৰত প্ৰাৰ্থনা কৰে। ইয়াৰ আগেয়ে কালি উভয় দেশৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস...

March 18, 2025 12:30 PM

views 31

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ উত্তৰবহীত অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ উত্তৰবহীত পৰিক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত...

March 18, 2025 12:28 PM

views 24

এতিয়াৰে পৰা শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষার্থীয়ে ৰিপৰ্ট কার্ড লাভ কৰিব বুলি ডাঃ ৰণোজ পেগুৰ ঘোষণা

ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এতিয়াৰে পৰা শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষার্থীয়ে ৰিপৰ্ট কার্ড লাভ কৰিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। পূৰ্বে অগ্ৰাধিকাৰ খতিয়ান তথা ৰিপোৰ্ট কার্ড বছৰৰ শেষত দিয়া হৈছিল যদিও বিগত বৰ্ষত এই পৰম্পৰা তথা প্ৰক্ৰিয়া সলনি কৰি ২০২৫-২৬ শিক্ষাবৰ্ষৰ আৰম্ভণিতে শ...

March 18, 2025 12:26 PM

views 19

ৰাজ্যৰ শিপিনিসকলৰ পৰা অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে শিপিনীসকলে গামোচাৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এইবছৰ চাৰে ৬ লাখ গামোচা ক্রয় কৰিছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত...

March 18, 2025 12:24 PM

views 41

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে বাজেটত ধন ধাৰ্য কৰা বুলি শ্ৰী বৰাই উল্লেখ কৰিছে। কৃষক উৎপাদনক সংস্থাসমূহে বন্ধকুমক্ত ঋণ প্ৰদান কৰিব পৰাকৈ এইবাৰৰ বাজেটত ক্রেডিট গেৰাণ্ট...

March 18, 2025 12:20 PM

views 26

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ পৰা এন এইছ পি চি বিদ্যুৎ উৎপাদনৰ প্ৰস্তুতি

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ দ্বিতীয় সপ্তাহৰ পৰা এন এইছ পি চিয়ে বিদ্যুৎ উৎপাদন কৰাৰ বাবে সাজু হৈছে। দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এন এইচ পি চিয়ে প্রথম পৰ্যায়ত প্ৰকল্পটোৰ তিনিটা ইউনিট কার্যক্ষম কৰি ৭৫০ মেগাৱাট বিদ্যুৎ উৎপা...