March 18, 2025 6:41 PM

views 23

শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি ২৪ কোটি টকা ব্যয়সাপেক্ষে এই ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলেছিছ কক্ষ, শিশু...

March 18, 2025 1:30 PM

views 24

অমৃত পাল সিঙৰ লগতে সাতজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃত পাল সিঙৰ লগতে সাতজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। কালি অমৃত পাল সিঙৰ তিনিজন সহযোগীক মুকলি কৰি দিয়া হয়। লোক কেইজনক অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ডিব্ৰুগড় আ...

March 18, 2025 1:28 PM

views 16

অভিনেত্রী জুৰী শৰ্মালৈ ২০২৪ বৰ্ষৰ উৎকর্ষ বঁটা

মঞ্চ, অনাতাঁৰ আৰু চলচ্চিত্ৰৰ যশস্বী অভিনেত্রী বীণা প্ৰসাদৰ স্মৃতিত পৰিয়াল আৰু গুণমুগ্ধসকলে প্ৰদান কৰি অহা উৎকর্ষ বঁটা ২০২৪ বৰ্ষৰ বাবে অভিনেত্রী জুৰী শৰ্মালৈ আগবঢ়োৱা হৈছে। অহা ৩০ মার্চত গুৱাহাটীৰ নিউ আর্ট প্লেয়াৰছৰ সাংস্কৃতিক প্ৰকল্পৰ প্রেক্ষাগৃহত সন্ধিয়া এই বঁটা প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যিক ড° ...

March 18, 2025 1:27 PM

views 17

চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল’শ্বিপ প্ৰ’গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত

অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে ২০২৪ বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল'শ্বিপ প্ৰ'গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী ইউৰোপৰ ক্ৰ'ৱেচিয়াৰ জচিপ জুৰাজ, স্কৰ'চমায়াৰ অচিজেক বিশ্ববিদ্যালয়লৈ পৰিৱেশ বিষয়ক হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্রী, শিক্...

March 18, 2025 1:25 PM

views 24

চৰাইদেউ মৈদামত দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন

চৰাইদেউ মৈদামত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৪২ খন শৰাই উচৰ্গা কৰি স্বৰ্গদেউ চাওলু চুকাফাকে ধৰি ৩৯ গৰাকী স্বৰ্গদেউৰ পুন্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাক স্মৰণ কৰা হয়। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণাচতুর্থী তিথিত এই শৰাই উচৰ্গী অনুষ্ঠানৰ আয়োজন কৰি অহ...

March 18, 2025 1:24 PM

views 24

প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান চৰকাৰৰ

চৰকাৰে প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে। মীন, পশুপালন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালে কালি হাইলাকান্দিৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা সভাত এইকথা প্রকাশ কৰে। কাইলৈৰ পৰা ৰাজ্যৰ প্ৰায় ৪ লাখ নতুন প্রধানমন্ত্রী আবাস যোজনাৰ হিতা...

March 18, 2025 1:21 PM

views 21

কাছাৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রীয়ে ২৬ কোটি টকা ব্যয় সাপেক্ষ শিলচৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। এছ এম দেৱ অসামৰিক চিকিৎসালয়ত ৫০ খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ব্লক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পটোৰ মুঠ ব্যয় ২৪ কোটি টকা ধ...

March 18, 2025 1:09 PM

views 27

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল কাবাডী বিশ্বকাপ প্রতিযোগিতাৰ নিজ নিজ শাখাত অৱতীৰ্ণ

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে আজি ইংলেণ্ডৰ অ'লভাৰ হেমটনত আয়োজিত চলিত বৰ্ষৰ কাবাডী বিশ্বকাপ প্রতিযোগিতাত নিজ নিজ শাখাত অৱতীৰ্ণ হ'ব। মহিলাৰ দলটোৱে গ্ৰুপ ডিৰ এখন খেলত ৱেলছৰ মুখামুখি হোৱাৰ বিপৰীতে পুৰুষ দলটো গ্ৰুপ-বিৰ এখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেল দুখন ক্ৰমে বিয়লি ...

March 18, 2025 1:07 PM

views 29

নতুন দিল্লীত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। আলোচনাত অংশ লোৱা ভাৰতীয় প্ৰতিনিধি দলটোক যুটীয়া সচিব অমিতাভ প্রসাদে আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিনিধি দলটোক প্ৰতিৰক্ষা বিভাগৰ স...

March 18, 2025 1:03 PM

views 37

লোকসভাত ২০২৫-২৬ বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰ্যালয়ৰ নিয়ন্ত্ৰণত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত কালি ২০২৫-২৬ বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰ্যালয়ৰ নিয়ন্ত্ৰণত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ কংগ্ৰেছৰ সাংসদ বৰ্ষা গাইকোৱাডে ৰে'ল যাত্ৰীৰ সুবিধা আৰু ৰে'ল দুর্ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শেহতীয়াকৈ নতুন দিল্লী ৰে'লৱে ষ্টেচনত পদপিষ্ট হ...