March 19, 2025 11:39 AM

views 13

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পালেক মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পালেক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে। নতুন দিল্লীত যোৱা সোমবাৰৰ পৰা অনুষ্ঠিত ৰাইছিনা ডাইলগ শীৰ্ষক ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক সন্মিলনৰ আপাহতে ৬০ জয়শ...

March 19, 2025 11:36 AM

views 23

ভাৰতীয় ৰে’লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলা হ’ব : ৰে’লমন্ত্ৰী

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে'লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয়, যে ভাৰতীয় ৰেলৱেৰ অৰ্থনৈতিক স্থিতি যথেষ্ট ভাল আৰু চৰকাৰে ইয়াক অধিক উন্নত কৰাৰ বাবে কাম কৰি আছে। কেন্দ্ৰীয...

March 19, 2025 11:31 AM

views 29

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম’ৰৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন

সুদীৰ্ঘ ৯ মাহ ধৰি আন্তঃ ন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম'ৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা ৩ বাজি ২৭ মিনিটত গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকশচাৰী...

March 18, 2025 9:18 PM

views 15

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ভৱানী প্রসাদ অধিকাৰীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ভৱানী প্রসাদ অধিকাৰীৰ আজি দেহাৱসান ঘটিছে। পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা সমালোচক অধিকাৰীয়ে ভাষা আৰু ভাষা তত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনাত্মক লেখাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। ছুটিগল্প, কবিতা, গীত আৰু নাট্য চৰ্চাৰেও বৰঙণি আগবঢ়োৱা অ...

March 18, 2025 9:11 PM

views 19

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়াসকলৰ পৰ...

March 18, 2025 8:52 PM

views 25

পৃথিৱী অভিমুখে ৰাওনা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ

বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ পৃথিৱী অভিমুখে আহি আছে। নাছাই প্রকাশ কৰা তথ্য অনুসৰি স্পেচএক্সৰ ড্রেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১০ বাজি ৩৫ মিনিটত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অ...

March 18, 2025 8:39 PM

views 29

তিনিচুকীয়াৰ ফিল’বাৰী অঞ্চলত ধুমুহাত কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ ভিন্ন স্থানত বিস্তৰ ক্ষতি

তিনিচুকীয়া জিলাত যোৱানিশা অহা এজাক ধুমুহাই ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ আন কেইবাটাও স্থানত বিস্তৰ ক্ষতি কৰে। ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল’বাৰীৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তিকে ধৰি কেইবাখনো গাঁৱত গছ-গছনি, বিদ্যুতৰ খুঁটা আদি উভালি পৰে। ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰো ক্ষতি হয...

March 18, 2025 7:49 PM

views 27

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩১ কোটি টকা আগবঢ়াবঃ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৩১ কোটি টকা আগবঢ়াব বুলি হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰিছে। শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু শ্বিলঙৰ উত্তৰ-পূব ভাৰত সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ...

March 18, 2025 6:48 PM

views 42

ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগক আহ্বান সাংসদ দিলীপ শ‍ইকীয়াৰ

অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লোকসভাত ৰে'ল মন্ত্ৰণালয় সম্পৰ্কত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি শ‍ইকীয়াই কয়, যে খৈৰাবাৰী, গোৰেশ্বৰ, টংলা, ওদালগুৰি আৰু ডেকাৰগাঁও আদি ষ্টেচনত পূৰ্বে ...

March 18, 2025 6:44 PM

views 27

অসমত ৰে’ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাইঃ অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমত ৰে'ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাই বুলি ৰে'ল বিভাগৰ সমালোচনা কৰিছে। কালি ৰাজ্যসভাত ৰে'ল মন্ত্ৰণালয় সম্পৰ্কীয় বিতর্কত ভাগ লৈ সাংসদ ভূঞাই কয়, যে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আনকি এক্সপ্ৰেছ শ্ৰেণীৰ ৰে’লগাড়ীৰো ১২ ঘণ্টা ...