March 19, 2025 7:23 PM

views 21

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা প্ৰদান

বিশিষ্ট গৱেষক, ভাষাবিদ নাহেন্দ্ৰ পাদুনক আজি শিৱসাগৰ জিলাৰ বৰ্ডিং খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। মিচিং আগম কেবাঙে শ্ৰী পাদুনৰ দীৰ্ঘকালীন সাধনা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়ায়। শিৱসাগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা ...

March 19, 2025 6:56 PM

views 24

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ...

March 19, 2025 6:49 PM

views 24

মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত কালি সন্ধিয়া এখন নাও ডুব যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। সন্ধানহীন ১৫ জনৰ ভিতৰত ৮ জন লোকক কালি নিৰাপদে উদ্ধাৰ কৰা হয় আৰু ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই লোকসকলে নাৱেৰে মাতাটিলা বান্ধৰ জলাশয়ত থকা এটা মন্দিৰ দৰ্শন কৰ...

March 19, 2025 6:34 PM

views 18

খুলদাবাদত উৰা বাতৰিত বিশ্বাস নকৰিবলৈ মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীৰ আহ্বান

মহাৰাষ্ট্ৰৰ চত্ৰপতি শম্ভাজী নগৰৰ জিলাধিপতি দিলীপ স্বামীয়ে খুলদাবাদত আইন-শৃংখলা আৰু শান্তি সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ সুৰক্ষা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা কৰে। তেওঁ জিলাখনত শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ স্বাৰ্থত কোনোধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আৰু প্ৰশাসনৰ সৈতে সহযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আ...

March 19, 2025 6:29 PM

views 30

ভূমি কেলেংকাৰী সংক্ৰান্তত লালু প্রসাদ যাদৱক জেৰা বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ

বিধি বলৱৎকাৰী সঞ্চালকালয়ে চাকৰিৰ বাবে ভূমি কেলেংকাৰী সংক্ৰান্তত আৰ জে ডিৰ সভাপতি তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱক জেৰা কৰি আছে। শ্ৰী প্ৰসাদ আজি পুৱা তেওঁৰ কন্যা, লোকসভাৰ সাংসদ মিছা ভাৰতীৰ সৈতে তদন্ত বিষয়াসকলৰ সন্মুখত হাজিৰ হয়। উল্লেখযোগ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালু...

March 19, 2025 6:20 PM

views 43

ভাৰত-মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ লগতে ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পাৰিব

ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এতিয়াৰে পৰা এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ উপৰি ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পৰা যাব। মালদ্বীপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে এই সন্দৰ্ভত এখন পৰিপত্ৰ জাৰি কৰিছে। এই পদক্ষেপে মালদ্বীপক ...

March 19, 2025 6:12 PM

views 39

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ...

March 19, 2025 5:53 PM

views 40

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিলঃ শশী থাৰুৰ

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিল বুলি কংগ্ৰেছ নেতা শশী থাৰুৰে স্বীকাৰ কৰিছে। নতুন দিল্লীত আয়োজিত ৰায়ছিনা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী থাৰুৰে কালি কয়, যে ২০২২ চনত ভাৰতৰ নিৰপেক্ষ স্থিতিৰ সমালোচনা কৰাৰ বাবে তেওঁ আজিও অনুতপ্ত। সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাছিয়াই ...

March 19, 2025 5:40 PM

views 35

লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছি...

March 19, 2025 5:30 PM

views 16

পৃথিৱীত ক্রিউ-9 মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোকে প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

পৃথিৱীত ক্রিউ-নাইন মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু ক্রিউ-নাইনৰ মহাকাশচাৰীসকলে বিশ্ববাসীক প্রকৃত দৃঢ়তাৰ অৰ্থ কি, সেয়া পুনৰ দেখুৱাই দিলে। তেওঁ কয়,...