March 21, 2025 9:56 AM

views 18

গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত নিৰ্মাণৰ প্ৰথম খোজ হিচাপে গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। গুজৰাটৰ ভৰৱাড় সমাজৰ সৈতে জড়িত বাৱলিয়লি ধাম অনুষ্ঠানত ভিডিঅ' কন্সফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি শ্রীমোদীয়ে কালি বিষয়টোত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে ভাষণত সমূহীয়া প্ৰচেষ্টাৰ ...

March 20, 2025 8:29 PM

views 34

নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাৰ অনুমোদন

নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাই অনুমোদন দিছে। অহা ছেপ্তেম্বৰ-অক্টোবৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমন্ত্রণ জনাবলৈকো অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশত মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ...

March 20, 2025 8:27 PM

views 22

ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত শনিবাৰে নিশা জনসাধাৰণক অনাৱশ্যকীয় বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত পৰহিলৈ অৰ্থাৎ শনিবাৰে নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। World Wide Fund for Nature চমুকৈ WWF INDIA নামৰ সংস্থাৰ উদ...

March 20, 2025 8:26 PM

views 27

অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা ৩ জন লোকক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা এটা দুষ্টচক্ৰৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে প্ৰথমে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ পৰা ইনজামুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিক আৰক্ষীয়ে গড়চুকৰ এখন হোটেলত আশ্ৰয় লৈ থকা ছ...

March 20, 2025 8:25 PM

views 21

ধেমাজি সমষ্টিত ২১টা অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি সমষ্টিত ২১টা অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ধেমাজি সদৰত অৱস্থিত প্রায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নির্মিত বিটি ক'লনিৰ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে অংগনৱাড়ী কেন্দ্ৰ মাত্ৰ খেলা-ধূলাৰ ক্ষেত্ৰ নহয় বৰঞ্চ ই শিক্ষাৰ ক...

March 20, 2025 8:23 PM

views 37

ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ভাৰতীয় উদ্যোগ মহাসংঘৰ যুৱ গোট ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে আজি কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ কৰা হয়। এ...

March 20, 2025 8:22 PM

views 30

ৰিয়ান পৰাগক আই পি এল টি-২০ ত দলৰ প্ৰথম তিনিখন খেলৰ অধিনায়কৰ দায়িত্ব

ক্ৰিকেটাৰ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩০ মাৰ্চত হ'বলগ...

March 20, 2025 8:20 PM

views 28

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত

ছত্তিশগড়ত আজি দুটাকৈ পৃথক ঘটনাত ৩০ জন মাওবাদী নিহত হয়। মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হ...

March 20, 2025 8:18 PM

views 16

ভাস্কৰ ৰাম সুতাৰলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ সর্বোচ্চ অসামৰিক সন্মান মহাৰাষ্ট্ৰ ভূষণ

একতাৰ প্ৰতিমূৰ্তি বা ষ্টেচু অব্ ইউনিটিৰ নিৰ্মাতা, বৰেণ্য ভাস্কৰ ৰাম সুতাৰক মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ সর্বোচ্চ অসামৰিক সন্মান মহাৰাষ্ট্ৰ ভূষণ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিজে ৰাজ্যৰ বিধানসভাত আজি এই কথা ঘোষণা কৰে। পদ্ম ভূষণ সন্মানেৰে সন্মানিত ভাস্কৰ ৰাম সুতাৰে ১৮২ মিটাৰ উচ্...

March 20, 2025 8:17 PM

views 52

খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত ১,১০০ টা আন্তঃগাঁথনি প্ৰকল্পত চৰকাৰৰ অনুমোদন

চৰকাৰে ৫ লাখ খেতিয়কক উপকৃত কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ অধীনত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত এহেজাৰ ১০০ টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনাইছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্য মন্ত্ৰী ৰাৱনীত সিঙে এই কথা প্ৰকাশ কৰে। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যো...