March 21, 2025 6:23 PM

views 26

আই পি এলত বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে বলত লালতি লগোৱা কাৰ্যত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে আই পি এল, কোভিড কালত থকা এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰা প্ৰথমখন বৃহৎ পৰিসৰৰ লীগ খেল হিচাপে পৰিগণিত হ'ল। ২০২০ চনত মহামাৰীৰ সময়ছোৱাত আই চি চিয়ে বহু বছৰ পূৰ্বৰে পৰা...

March 21, 2025 10:50 AM

views 14

গুৱাহাটী, তেজপুৰ আৰু শিলচৰত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ’ব

গুৱাহাটী, তেজপুৰ আৰু শিলচৰত অচিৰেই ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ভাৰতীয় এ আই মিছনৰ অধীনত তিনিটা তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা প্রয়োগশালা স্থাপন কৰা হ'ব। ৰাজ্যত শিক্ষাৰ মান উন্নীতকৰণ, কৃত্রিম বুদ্ধিমত্তা বিষয়ক গৱেষণা, বতৰৰ আগজাননী আদি কামত ব্যৱহাৰ কৰাৰ উপৰি এই প্রয়োগশালাকেইটাৰ জৰিয়তে...

March 21, 2025 10:47 AM

views 18

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ আজি পিছবেলা হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্রকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ ...

March 21, 2025 10:43 AM

views 36

ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত অৱস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ইতিপূর্বে অসম মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা ডিব্ৰুগড়-কেন্দ্ৰিক সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভতো মুখ্যমন্ত...

March 21, 2025 10:39 AM

views 23

ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম মন্ত্রীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম মন্ত্রীসভাই নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অনুমোদন দিছে। এই প্ৰকল্পত ভাৰত চৰকাৰৰ ৬০ শতাংশ আৰু অসম চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। কালি ডিব্ৰুগড়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰ...

March 21, 2025 10:28 AM

views 19

ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাত শংকৰ সুব্রমণিয়নৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টো প'পভৰ মুখামুখি হ'ব। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিয়া জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটোও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত স্থ...

March 21, 2025 10:24 AM

views 26

ইজৰাইলৰ টেল আভিভ চহৰত হামাছৰ ৰকেট নিক্ষেপ

ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথম প্ৰত্যাক্ৰমণৰূপে হামাছে টেল আভিভ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি এটা ৰকেট প্ৰতিহত হোৱাৰ বিপৰীতে বাকী দুটা জনবসতিহীন এলেকাত বিস্ফোৰিত হয়। ইফালে গাজাৰ হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাজনি...

March 21, 2025 10:18 AM

views 24

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে : মুখ্যমন্ত্রী প্রেম সিং টামাং

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে আৰু অঞ্চলটোত উন্নত পথ, ৰে'ল আৰু বিমান যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে বুলি ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গেংটকৰ পলজোৰ ষ্টেডিয়ামত আয়োজিত অষ্টম উত্তৰ-পূব যুৱ মহোৎসৱত অংশগ্ৰহণ ক...

March 21, 2025 10:08 AM

views 15

বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ’ছা লুণ্ডাৰ সৈতে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ'ছা লুণ্ডাৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিতং আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োপক্ষই তৎকালীনভাৱে প্ৰভাৱ প্ৰদৰ্শন কৰিব পৰা প্রকল্পবিষয়ক এটা চুক্তিত স্বাক্ষৰ কৰে। শেহতীয়াকৈ লা পাজত নতুন ভাৰ...

March 21, 2025 10:01 AM

views 26

চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৪৫ হাজাৰ কোটি ডলাৰৰ সেৱা ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু তথ্য প্ৰযুক্তি খণ্ডক যৌথ প্রতিশ্রুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি নাছকম গোলকীয় সমাৱেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রীগোৱেলে ২০২৫-২৬ বিত্তীয় বৰ্ষত দ...