March 22, 2025 12:14 PM

views 35

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহ...

March 22, 2025 12:12 PM

views 32

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতা

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ বিশেষ তৎপৰ হৈ পৰিছে। অসম বিধানসভাত কালি দি আছাম ক’চিং ইনষ্টিটিউট কন্ট্র’ল এণ্ড ৰেগুলেচন বিল, ২০২৫ উত্থাপন কৰা হয়। বিধেয়কখনৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে কল্যাণমূলক নিয়ন্ত্ৰণ ব্যৱস্থাও গঢ়ি তোলা হ’ব। এই বিধেয়ক অনুসৰ...

March 22, 2025 12:08 PM

views 30

অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন

 অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে - শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ...

March 22, 2025 12:05 PM

views 20

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত ভোটদাতাসকলক আকৰ্ষিত কৰিব বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ দূধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রম সম...

March 22, 2025 11:57 AM

views 34

মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, শুকানগুৰিত বদৌচা কলাক্ষেত্র নির্মাণ, সুকীয়া ভূমি নীতি, ডিব্ৰুগড়ত মৰাণ জ...

March 22, 2025 11:55 AM

views 17

অহা ১ জুলাইৰ পৰা গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ

গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংয...

March 22, 2025 11:51 AM

views 21

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা...

March 22, 2025 11:49 AM

views 28

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ

ইণ্ডিয়ান প্রীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ হ'ব। কলকাতাৰ ইডেন গার্ডেনছ ষ্টেডিয়ামত আজি সন্ধিয়া উদ্বোধনী খেলখন যোৱাবাৰৰ বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত খেলোৱা হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ গায...

March 21, 2025 8:40 PM

views 28

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে – পৱিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ উপৰিও চৰকাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বিভিন্ন বৈদেশিক নীতি গ্রহণ...

March 21, 2025 8:38 PM

views 17

দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি – ড° জিতেন্দ্ৰ সিঙ

 দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপে প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি এই কথা প্রকাশ কৰে। এয়োদশ জৈৱ প্ৰযুক্তি ঔদ্যোগিক গৱেষণা সহায়ক পৰিষদ, বি আই আৰ এ চিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ড° সিঙে কয...