March 22, 2025 7:11 PM

views 19

বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ শিলান্যাস

বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ আজি শিক্ষা বিষয়া কিশোৰ ৰাজবংশীয়ে শিলান্যাস কৰে। শিক্ষা খণ্ডটোৰ কৰ্মচাৰী, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ভালেসংখ্যক শিক্ষকৰ উপস্থিতিত এই শিলান্যাস কার্য অনুষ্ঠিত হয়। প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আবণ্টিত ধনেৰে অসম আৰ্হিৰ ভৱনটো লোকনির্মাণ বিভাগে নিৰ্মাণ ক...

March 22, 2025 1:02 PM

views 21

গৌৰীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংৰক্ষণৰ কাম পূর্ণ গতিত অব্যাহত

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগত থকা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ হাৱা মহলৰ সংৰক্ষণৰ কাম পূর্ণ গতিত চলি আছে। আমাৰ ধুবুৰী জিলাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উপৰি অসমৰ জমিদাৰী প্রথা তথা গোৱালপাৰা জিলাৰ পুৰণি সম্পদশালী ইতিহাসৰ সৈতে...

March 22, 2025 1:00 PM

views 39

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি ধৰিত্ৰী ঘণ্টা কাৰ্যসূচী ৰূপায়ন

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। World Wide Fund for Nature চমুকৈ WWF INDIA নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই ক...

March 22, 2025 12:58 PM

views 18

মৰিগাওঁত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ কাৰ্যালয় প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক কৰ্কট ৰোগৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰা এই অধিবেশন আজি মন্ত্ৰী কৌশিক ৰায়ে উদ্বোধন কৰে। কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁৱৰ জি...

March 22, 2025 12:57 PM

views 23

বিশ্ব পুতলা নাচ দিৱস উপলক্ষে কামৰূপ জিলাৰ পছৰীয়াত বিশেষ কার্যসূচী অনুষ্ঠিত

কামৰূপ জিলাৰ পছৰীয়াত সম্ভৱী অসম নামৰ সংস্থাটোৰ উদ্যোগত আৰু পছৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ সহযোগত অঞ্চলটোৰ ৰাম সৰস্বতী প্ৰেক্ষাগৃহত কালি বিশ্ব পুতলা নাচ দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত পুতলা নাচৰ জৰিয়তে ওজাপালি, ঢুলীয়া নাচ, নাগাৰা নাম আদি পৰিবেশন কৰাৰ উপৰি পূজাৰীসকলৰ গীত-মাতো পৰ...

March 22, 2025 12:48 PM

views 21

খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা এথলিট আৰু বেডমিণ্টন খেলুৱৈসকলৰ সুন্দৰ খেল প্ৰদৰ্শন

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় দিনা পেৰা এথলিট আৰু পেৰা বেডমিণ্টন খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। কালিৰ দিনটোত ৪৪টা সোণৰ পদক অৰ্জন কৰা হয়। তামিলনাড়ু ৯টা সোণৰ পদকেৰে তালিকাৰ শীৰ্ষত থকাৰ লগতে ৭টা সোণেৰে হাৰিয়ানা দ্বিতীয় আৰু ৫টা সোণেৰে মহাৰাষ্ট্ৰ ...

March 22, 2025 12:46 PM

views 25

বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে ছুইজাৰলেণ্ডৰ বাচেলত অনুষ্ঠিত ছুইচ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কমনৱেলথ গেমছৰ ব্ৰঞ্জৰ পদক বিজেতা তৃষা আৰু গায়ত্ৰীয়ে হংকং চাইনাৰ যুটী য়ুং না টিং আৰু য়ুং পুই লামক ২১-১৮, ২১-১৪ ছেটত পৰাস্ত কৰে। কাইলৈ তেওঁলোক ছেমি ফাইনেলত ...

March 22, 2025 12:44 PM

views 22

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমা বিভাৰ যুটীয়া সচিব মুৱানপুই ছেয়াৱিয়ে ভাৰতীয় প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। আনহাতে ইউৰোপৰ প্ৰতিনিধিসকলক ইউৰোপীয় বৈদেশিক কাৰ্যসেৱাৰ নিৰাপত...

March 22, 2025 12:42 PM

views 37

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে- শ্ৰীমতী দ্রৌপদী মুৰ্মু

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে। ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া অনুষ্ঠিত পাৰ্পল মহোৎসৱত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দয়া, সৌহাদ্য, আৰু অন্তৰ্ভুক্তিকৰণে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ নিৰূ...

March 22, 2025 12:16 PM

views 39

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন

ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ পাছতে ডিব্ৰুগড়ক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ তৎপৰতা বৃদ্ধি পাইছে। ডিব্ৰুগড়ৰ খনিকৰত ৰাজ্যৰ দ্বিতীয় বিধানসভা গৃহ ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন...