March 21, 2025 8:35 PM

views 29

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি গ্রহণ : অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। পূৰ্বৰ এন ডি এ চৰকাৰৰ শাসন কালৰ তুলনাত জম্মু-কাশ্মীৰত বৰ্তমান সন্ত্রাসবাদী কাৰ্যকলাপৰ ফলত মৃত্যুৰ সংখ্যা ৭০ শতাংশ কম হৈছে। ৰাজ্যসভাত হোৱা এটা আলোচনাত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই কথা প্...

March 21, 2025 8:03 PM

views 45

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত ডিমৰু মহোৎসৱ আৰম্ভ

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰা হয়। কাকী বনাঞ্চলত ২৩ টা জাতি-জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃ...

March 21, 2025 8:01 PM

views 16

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক গুৱাহাটী আৰক্ষীৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক কৰে। আৰক্ষীয়ে মহানগৰৰ আই এছ বি টিৰ পৰা সংগঠনটোৰ জ্যেষ্ঠ কামাণ্ডাৰ টেকছা ইবমছা সিং আৰু মাৰণা সংগ্রাহক মেইচনাম বংগুচৌবা সিঙক আটক কৰে। উগ্ৰপন্থী গোটটোৰ সদস্য দুজন মণিপুৰত ধন দাবী আৰু অস্ত...

March 21, 2025 7:59 PM

views 32

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আৰম্ভ

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔজাৰীৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত তিৱাসকলৰ ঐতিহ্যমণ্ডিত গোভা ৰজা দীপসিং দেওৰজাই অধিৱেশনস্থলীৰ মূল দ্বাৰ উন্মোচন কৰে। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী...

March 21, 2025 7:56 PM

views 19

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগ...

March 21, 2025 7:54 PM

views 29

শ্লীলতাহানিৰ অভিযোগত এন আই টি শিলচৰৰ এগৰাকী অধ্যাপকক নিলম্বন

এন আই টি শিলচৰৰ ইলেকট্রিকেল ইঞ্জিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগত বিভাগটোৰ এগৰাকী অধ্যাপকক নিলম্বন কৰা হৈছে। অভিযোগ অনুসৰি অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অনুচিতভাৱে স্পৰ্শ কৰাৰ চেষ্টা চলায় । পাছত ছাত্ৰীগৰাকীয়ে এই কাণ্ডৰ বিষয়ে অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ পাছত ত...

March 21, 2025 7:52 PM

views 31

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ চৌহদত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ডিব্ৰুগড় পৌৰসভা, চহৰ আৰু নগৰ পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে...

March 21, 2025 7:47 PM

views 41

অসম বিধানসভাত আজি হোৱা কথা কটাকটিক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

অসম বিধানসভাত আজি লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলন...

March 21, 2025 7:44 PM

views 33

ৰাজ্যত কৰ্কট ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি অসম বিধানসভাত অশোক সিংহলৰ প্ৰকাশ

বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এইকথ...

March 21, 2025 7:37 PM

views 36

অসম বিধানসভাত ৪খন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন

অসম বিধানসভাত আজি চাৰিখন নতুন বিধেয়ক আৰু এঘাৰখন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপ...