April 1, 2025 6:39 PM

views 14

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি বিশেষাধিকাৰ সমিতিৰ

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক অপদস্থ কৰাৰ অভিযোগত ১২ জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমর্মে বিধায়ক দুয়োজনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জ...

April 1, 2025 6:36 PM

views 22

কাইলৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, গোৱালপাৰা-কামৰূপৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা

কাইলৈ হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি কাইলৈ অঞ্চলটোৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষা, ব্যৱসায়িক আৰু বিত্তীয় প্রতিষ্ঠান বন্ধ থাকিব ...

April 1, 2025 6:29 PM

views 25

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন

দুদিনীয়া ভ্রমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন কৰে। বিহালী সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় ২৩ হাজাৰ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩০ লাখ মহিলা উপকৃত হ'ব বুলি জানিবলৈ ...

April 1, 2025 1:07 PM

views 49

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জামুগুৰিহাটত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন

■ দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব। এক কোটি ৭০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্রীড়া প্ৰকল্পটোত দুখন বেডমিণ্টন কোর্ট, ৪ খন টেবল টেনিছ কোর্ট...

April 1, 2025 1:01 PM

views 37

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ

■ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টি আছে। নির্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সা...

April 1, 2025 12:56 PM

views 34

উত্তৰ-পূৰ্বাঞ্চলক লৈ মহম্মদ ইউনুছৰ মন্তব্যক তীব্ৰভাৱে গৰিহণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতভনীৰ ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক স্থলবদ্ধ আৰু বাংলাদেশক মহাসাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৰা মন্তব্যক তীব্ৰভাৱে গৰিহণা দিছে। ড০ শৰ্মাই এই মন্তব্যক আপত্তিজনক বুলি অভিহিত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্...

April 1, 2025 12:53 PM

views 42

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰী...

April 1, 2025 12:49 PM

views 34

গহপুৰত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ সামৰণি

● গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ থলী কন কন শিশুসকলৰ মাতত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা ম‍ইনা পাৰিজাতৰ পৰা অহা প্ৰায় ৩০০ৰো ...

April 1, 2025 12:46 PM

views 35

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৪ টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত লৈছে। ৰে’লসমূহ অহা ১০ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ছত্রপতি শিৱাজী মহাৰাজ টার্মিনাছ আৰু নাৰেংগী ষ্টেছনৰ মাজত আৰু ৬ ৰ পৰা ২৯ এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত ৪ টা যাত্ৰাৰ...

April 1, 2025 12:32 PM

views 26

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

● আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মাত্র দুটা উইকেট হেৰুৱাই ১২ অভাৰ আৰু ৫ টা বলত ১১৭ ৰানৰ লক্ষ্য ভেদ কৰে। দলটোৰ হৈ অ 'পেনাৰ ৰায়ন ৰিকেলটনে ৪১টা বলত আউট ন...