April 1, 2025 7:58 PM

views 12

গুজৰাটৰ ফটকা কাৰখানাত সংঘটিত হোৱা অগ্নিকাণ্ডত ১০জনৰো অধিক লোকৰ মৃত্যু

গুজৰাটৰ বানাস্কান্থ জিলাৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১০ জনৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, কাৰখানাটোত হোৱা বিস্ফোৰণৰ ফলত অট্টালিকাটোৰ কিছু অংশৰ ধ্বংসস্তুপৰ মাজত কেইবাজনো শ্রমিক আৱদ্ধ হৈ পৰে। জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰিবলৈ ...

April 1, 2025 7:55 PM

views 16

ম্যানমাৰৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭০০ অতিক্ৰম

ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২ হেজাৰ ৭০০ অতিক্ৰম কৰিছে। ম্যানমাৰৰ সামৰিক নেতা মীন আং হ্লাইনে আজি টেলিভিছনযোগে দিয়া ভাষণত এইকথা প্ৰকাশ কৰে। তেওঁ লগতে এই ভূমিকম্পত নিহতৰ সংখ্যা ৩ হাজাৰ অতিক্ৰ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে। ভূমিকম্পৰ ফলত ৪ হাজাৰ ৫২১ জন আহত হোৱা বুলি আ...

April 1, 2025 7:45 PM

views 16

দেশত মাছৰ উৎপাদন আৰু আয় বৃদ্ধি পাইছে : মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং

চৰকাৰে বিগত ১০ বছৰত মাছমৰীয়াসকলৰ কল্যানৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু এনে পদক্ষেপৰ ফলত দেশত মাছৰ উৎপাদন বৃদ্ধি পাইছে তথা মাছমৰীয়াসকল আয় বাঢ়িছে। মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি লোকসভাত মাছমৰীয়াসকলৰ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰ দি এইদৰে প্ৰকাশ কৰে। ...

April 1, 2025 7:40 PM

views 22

ভাৰত আৰু চিলিৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় সম্পৰ্কত কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চিলিয়ে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাংস্কৃতিক বিনিময় ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োপক্ষই লগতে এণ্টাৰটিকা সহযোগিতাৰ বাবে অভিপ্ৰায় পত্ৰও বিনিময় কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়াল ব'ৰিক ফণ্টৰ সৈতে হোৱা আলোচনাৰ অন্ত...

April 1, 2025 7:31 PM

views 12

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস

ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হৈছে। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত এটকাকৈ আৰু উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাইছে। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম...

April 1, 2025 7:26 PM

views 15

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী

দেশত আজিৰে পৰা প্ৰায় ৯০০ বিধ ঔষধৰ মূল্যবৃদ্ধি কার্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য ১ দশমিক ৭ ৪ শতাংশ বৃদ্ধি পাইছে। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, সংক্ৰমণৰ চিকিৎ‍সাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰেপৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্য সূচকৰ ওপৰত নিৰ্ভৰ ...

April 1, 2025 7:04 PM

views 11

ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদান

ৰাজ্য চৰকাৰৰ অসম দর্শন আঁচনিৰ অধীনত আজি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদানৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিত ২০৪টা নামঘৰ, মন্দিৰ আৰু থানলৈ ৩ লাখ টকাকৈ এই আঁচনিৰ অনুদান আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

April 1, 2025 6:59 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি

ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্রীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্বনাথত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ ...

April 1, 2025 6:50 PM

views 24

কোকৰাঝাৰৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰৰ আয়োজন

কোকৰাঝাৰ জিলাৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাৰ স্বাস্থ্য সমিতিয়ে আয়োজন কৰা এই শিবিৰ বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে মুকলি কৰে। জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ...

April 1, 2025 6:47 PM

views 25

বাক্সাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা কেওঁটচুপা, জালাহ বড়োপাৰা, শিলবাৰী, অঞ্চলী, ৰাবাংগুৰি, শিমলা বড়োপাৰা, লাউখাতা দেউলগুৰি, পূব লাউখাতা, ডুবা কুমাৰী, তাৰাবা...