April 6, 2025 8:48 PM

views 33

নাথ সম্প্রদায়ে সনাতন ধর্ম শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ কোটপুতলী-বেহৰৰ জিলাৰ পাওতাত এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বাবড়িৰ তপোস্থলীৰ যোগী বাব বালনাথে আয়োজন কৰা ১০৮ বছৰীয়া কুণ্ডিয়া ৰুদ্ৰ মহা মৃত্যুঞ্জয় মহাযজ্ঞত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে সনাতন ধর্ম সন্মিলনত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ ...

April 6, 2025 9:07 PM

views 17

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা হৈছে। পৰ্টুগাল ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে  ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ প্ৰধানমন্ত্রী লুইচ মণ্টেগ্ৰো আৰু ন...

April 6, 2025 8:41 PM

views 14

দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তামিলনাডুত এখন সমুদ্র দলং মুকলি আৰু ৮,৩০০ কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি, শ্রীমোদীয়ে কয়, যে তামিলনাডুৰ উন্নয়নে দ...

April 6, 2025 8:22 PM

views 39

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা অনুষ্ঠান

বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে বাপতিসাহোন বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পা...

April 6, 2025 8:19 PM

views 22

সদৌ তিৱা ছাত্ৰ সন্থাই দ্বাদশ ত্রিবার্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি

মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবঘাটত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ তিৱা ছাত্ৰ সন্থাই দ্বাদশ ত্রিবার্ষিক সাধাৰণ অধিৱেশনৰ আজি সামৰণি পৰিছে। এই অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী তিনিটা বৰ্ষৰ বাবে প্ৰশান্ত কোঁৱৰক সভাপতি আৰু তৰুণ মাডাৰক সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়। এই অধিৱেশনত তিৱা জনগোষ্ঠীক ...

April 6, 2025 8:16 PM

views 55

ড° শশীকান্ত শ‍ইকীয়াক অসম সাহিত্য সভাৰ আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন

অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° শশীকান্ত শ‍ইকীয়াক আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় উপ সভাপতি পদুম ৰাজখোৱাই শ্ৰীশ‍ইকীয়াক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে...

April 6, 2025 8:11 PM

views 39

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টীৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দলৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত যিসকল ব্যক্তিৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলত বিজেপ...

April 6, 2025 8:08 PM

views 20

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন কৰা হৈছে। বাসন্তী পূজাৰ নৱমী তিথি উপলক্ষে কাছাৰৰ গাওঁ-চহৰত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। শিলচৰৰ ৰাজহুৱা মণ্ডপত আয়োজিত বাসন্তী পূজাত বিশেষ যজ্ঞ কৰা হয়। লগতে যুৱক-যুৱতীৰ ঢোল বাদন আৰু ধুনুছি নৃত্য পৰিবেশন কৰে। শিলচৰৰ পঞ্চানন শিৱবতি বিশ্ব হ...

April 6, 2025 8:00 PM

views 29

শিৱসাগৰৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্রীড়াঙ্গন খেলপথাৰত ৯,৯৯৯ গৰাকী মহিলাই একেলগে সমসাজত বিয়ানাম পৰিবেশন

শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্রীড়াঙ্গন খেলপথাৰত আজি ৯,৯৯৯ গৰাকী মহিলাই একেলগে সমসাজত বিয়ানাম পৰিবেশন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হয়। সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌ সন্মিলিত নাৰী সমাজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসম বুক অৱ ৰেকৰ্ডছৰ বিষয়ববীয়া উপস্থ...

April 6, 2025 7:54 PM

views 17

২৪ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অহা ২৪ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। তেওঁ ২৪ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। মুখ্যমন্ত্রী ...