April 8, 2025 12:14 PM

views 28

ৰাজ্যত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কত ড° কৃষণ কুমাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰাজ্যখনত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ পৰিচালন সঞ্চালক ড° কৃষণ কুমাৰৰ সৈতে আলোচনা কৰে। সংস্থাটোৰ অধীনত ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ঘাইপথ প্রকল...

April 8, 2025 12:13 PM

views 34

ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

চন্দ্ৰপুৰত ইছৰ’ৱে স্থাপন কৰিবলগীয়া মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ বাবে অহা জানুৱাৰীত মহাকাশ গৱেষণা কেন্দ্ৰটোৱে ৰাডাৰ স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে নতুন দিল্লীত এখন গুৰু...

April 8, 2025 12:06 PM

views 23

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ত কালি স্বীকৃতি...

April 7, 2025 8:24 PM

views 19

ধুবুৰীত ইউকো বেংকৰ টকা আত্মসাৎ কৰি পলায়ন কৰা এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ

ধুবুৰী চহৰত থকা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা ৩৪ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ এগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীসহ আৰক্ষীৰ এটা দলে কালি বিহাৰৰ বৈশাখী জিলাৰ হাইদপুৰ ৰাজৌলী গাঁৱৰ পৰা শিৱশংকৰ...

April 7, 2025 8:21 PM

views 32

অসম আৰক্ষীৰ উদ্যোগত ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ

অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ আজি গুৱাহাটীত অনুষ্ঠিত হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, বলিউদৰ অভিনেত্রী নেহা ধুপীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকা এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন...

April 7, 2025 8:19 PM

views 27

প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লী...

April 7, 2025 8:09 PM

views 33

ৰোহণ বোপান্না, বেন শ্বেৰ্টন মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ

ফ্ৰান্সত অনুষ্ঠিত মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহণ বোপান্নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শ্বেৰ্টনৰ সৈতে প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। তেওঁলোকৰ যুটিটোৱে কালি অনুষ্ঠিত প্রথম ৰাউণ্ডৰ খেলত আৰ্জেণ্টিনাৰ ফ্ৰাঞ্চিস্ক’ ছেৰুণ্ড’ল’ আৰু চিলিৰ এলেজাণ্ড’ টেবিল’ক ৬-৩, ...

April 7, 2025 8:06 PM

views 44

বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ প্ৰতি – শুল্ক আৰোপৰ সিদ্ধান্ত আৰু ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্রাম্পে আজি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মণ্ডাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বম্বে ষ্টক এক্সছেঞ্...

April 7, 2025 8:04 PM

views 13

কাইলৈৰ পৰা পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ

মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে কাইলৈৰ পৰা পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুসৰি শিশুৰ জন্মৰ পৰা প্ৰথম এহেজাৰ দিনৰ পৰিপুষ্...

April 7, 2025 8:02 PM

views 24

কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে নিৰ্মলা সীতাৰমনৰ ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈৰ পৰা ১৩ এপ্ৰিললৈকে ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব৷ ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শ্ৰীমতী সীতাৰমনে ত্ৰয়োদশ ভাৰত- ব্ৰিটেইন মন্ত্ৰী পৰ্যায়ৰ অৰ্থনৈতিক আৰু ব...