April 8, 2025 12:52 PM

views 20

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা দেশসমূহৰ সৈতে কাম কৰিবলৈ আগ্রহী বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰে। কালি সন্ধিয়...

April 8, 2025 12:49 PM

views 17

আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত মুম্বাই ইণ্ডিয়ানছ ১২ ৰাণৰ ব্যৱধানত পৰাস্ত

আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাত কালি মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে মুম্বাই ইণ্ডিয়ানছক ১২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ২২২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ...

April 8, 2025 12:41 PM

views 14

আজি পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ

মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে আজি পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুসৰি শিশুৰ জন্মৰ পৰা প্রথম এহেজাৰ দিনৰ পৰিপুষ্টি নিশ্চি...

April 8, 2025 12:36 PM

views 36

২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱিত সামুদ্রিক উন্নয়ন পুঁজিৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ভাৰতৰ সামুদ্রিক খণ্ডত ডেৰ লাখ কোটি টকাৰ বিনিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । তেঁও লগতে কয় যে এই পুঁজিয়ে জাহাজ নির্মাণ, জাহাজ মেৰামতি আদিকে ধৰি দেশৰ অভ্যন...

April 8, 2025 12:33 PM

views 21

ব্ৰিটেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা নির্মলা সীতাৰমণ কালি লণ্ডনত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ছদিনীয়া ব্ৰিটেইন আৰু অষ্ট্ৰিয়ালৈ আনুষ্ঠানিক ভ্রমণসূচীৰে কালি সন্ধিয়া লণ্ডনত উপস্থিত হৈছে। শ্রীমতী সীতাৰমণে সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ লণ্ডনত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্রম ডৰাইস্বামীয়ে শ্ৰীমতী সীতাৰমণক হিথ্র' বিম...

April 8, 2025 12:29 PM

views 17

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক পৰ্টুগালৰ লিছবন চহৰৰ সন্মানীয় KEY OF HONOUR প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক কালি পৰ্টুগালৰ লিছবন চহৰৰ সন্মানীয় KEY OF HONOUR প্ৰদান কৰা হয়। এই প্রতীকি সন্মান লিছবনৰ মেয়ৰ কাৰল'ছ মেয়দাছে ঐতিহাসক কামাৰা মিউনিচিপাল ডি লিছ'বুৱাত আনুষ্ঠানিকভাৱে প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ এগৰাকী সন্মানীয় নাগৰিক হিচাপে স্বীকৃতি দিয়ে। লিছবন চহৰৰ ছাবি ...

April 8, 2025 12:27 PM

views 30

দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে কাজিৰঙাত উপস্থিত শচীন টেণ্ডুলকাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা কিম্বদন্তী ক্রিকেটাৰ শচীন টেণ্ডুলকাৰে আজি পুৱা হাতী আৰু জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হোৱাৰ সময়ত অনুৰাগীয়ে তেওঁক সাক্ষাৎ কৰাৰ বাবে ভিৰ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শচীন টেণ্ড...

April 8, 2025 12:25 PM

views 18

অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰ

ডিজিটেল মাধ্যমে শিশুসকলৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱ আৰু ইয়াৰ সমাধান সন্দৰ্ভত কালি অসম আৰক্ষীৰ উদ্যোগত গুৱাহাটীত এখন আলোচনাচক্র অনুষ্ঠিত হয়। ‘ইনফেনছিয়া’ শীৰ্ষক শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু বলিউদৰ অভিনেত্রী নেহা ধুপীয়াৰ উপৰি কেইবাগৰাকীও বিশি...

April 8, 2025 12:23 PM

views 26

সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে কালি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ ...

April 8, 2025 12:16 PM

views 27

শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধ খনন ৰোধ কৰাৰ বাবে শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি, ২০২৪ কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। ৰাজহুৱা স্বার্থজড়িত এখন আবেদন নিষ্পত্তি কৰি কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণ আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অবৈধ খনন ৰোধ কৰাৰ বাবে প্ৰস্ত...