April 10, 2025 8:27 PM
39
মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাৰুৰ ৰাণা দিল্লীত উপস্থিত
মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৰুৰ ৰাণাক আজি দিল্লীলৈ অনা হৈছে। কেন্দ্ৰীয় মন্ত্রী পিযুছ গোৱেলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় সংকল্পৰ বাবে মুম্বাই আক্ৰমণৰ অভিযুক্তগৰাকীক ভাৰতলৈ আনিবলৈ সমৰ্থ হৈছে আৰু অভিযুক্ত তাহারুৰক ...