April 11, 2025 11:08 AM

views 23

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল পৰ্বৰ আজি সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত ...

April 11, 2025 10:08 AM

views 28

ভাৰতীয় মহিলা হকী দলটো ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয...

April 11, 2025 10:04 AM

views 32

আই পি এলত ডেলহি কেপিটেলছৰ হাতত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৬ উইকেটত পৰাস্ত

ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম. ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই. পি. এল. ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ডেলহি কেপিটেলছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত ৪টা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। ডেলহিৰ হৈ কে. এল. ৰাহুলে ৫৩টা...

April 11, 2025 9:58 AM

views 21

ভাৰত চৰকাৰ আৰু দেশখনৰ জনসাধাৰণলৈ ডুবাইৰ যুৱৰাজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন

ডুবাইৰ যুৱৰাজ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ-অল-মাকটুমে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, যে দুয়োখন দেশে সফল গোলকীয় অংশীদাৰিত্বৰ দিশত নতুন মান নিৰ্ধাৰণ কৰিছে। ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰো উপ প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষ...

April 11, 2025 9:52 AM

views 17

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকৰ মৃত্যু

বিহাৰত যোৱা ২৪ ঘণ্টাত বর্ষাজনিত ঘটনাত ৫৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ আৰু বতাহৰ ফলত ধন-জন হানি হোৱা বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি অনুসৰি নালন্দা জিলাত গছ উভালি বেৰ খহি পৰাৰৰ ফলত ২২ জন লোকে প্ৰাণ হেৰুৱাই । ভোজপুৰ আৰু গঞা জিলাত বর্ষাজনিত ঘটনাত ক্ৰমে ৫ জন আৰু ৩ ...

April 11, 2025 9:50 AM

views 14

২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাইৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহব্বুৰ হুছেইনক গ্ৰেপ্তাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পণৰ পাছত ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তহববুৰ হুছেইন ৰাণাক কালি ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন. আই. এয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। লছ এঞ্জেলেছৰ পৰা এখন বিশেষ বিমানেৰে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু এন. আই. এৰ জ্যেষ্ঠ বিষয়াসকলৰ এ...

April 11, 2025 9:47 AM

views 28

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশলৈ যাব। উত্তৰ প্ৰদেশ ভ্ৰমণকালত তেওঁ বাৰাণসীত ৩ হাজাৰ ৮৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ বাৰাণসীৰ আন্তঃগাঁথনি উন্নয়ন আৰু পথ যোগাযোগ সৈতে জড়িত।...

April 11, 2025 9:44 AM

views 37

শ্ল’ভাকিয়াত শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান

শ্ল’ভাকিয়াৰ কনষ্টেনটাইন দ্যা ফিল'চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰিছে। সমাজ সেৱা, সামাজিক ন্যায় আৰু শিক্ষা তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্রীমতী মুমুর্ক এই সন্মান প্রদান কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰা...

April 10, 2025 8:30 PM

views 26

এছিয়া বিজনেচ কাউন্সিল স্প্রীং ফ’ৰাম ২০২৫ ত ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নতুন দিল্লীত অনুষ্ঠিত এছিয়া বিজনেচ কাউন্সিল স্প্রীং ফ'ৰাম ২০২৫ত উপস্থিত থাকে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত চলি থকা পৰিৱৰ্তন, গোলকীয় দক্ষিণত ইয়াৰ প্ৰভাৱ আৰু এই পদক্ষেপক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা সম্পৰ্কে অনুষ্ঠানত আলোচ...

April 10, 2025 8:29 PM

views 25

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ব্রাতিশ্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ’ৰাম মুকলি

শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ব্রাতিস্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ'ৰাম মুকলি কৰে। অনুষ্ঠানত শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনি আৰু বৈদেশিক মন্ত্রী জুৰাজ ব্লানাৰো উপস্থিত থাকে । ব্যৱসায়িক সম্ভাৱনাক সচা সহযোগিতালৈ পৰিৱৰ্তিত কৰাৰ লগতে সহযোগী গঠনৰ ক্ষেত্ৰত এই ফ'ৰাম ম...