April 10, 2025 8:01 PM

views 14

গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত এটা অনুষ্ঠান জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৰ্মচাৰী, পেন্সন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰ পূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট বেংকৰ নৱম বেংকাৰ সজাগতা অনুষ্ঠান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, যে কেন্দ্ৰীয...

April 10, 2025 7:15 PM

views 27

ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্ট এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্রুব কপিলা আৰু তনিছা ক্ৰাষ্টৰ যুটিটো চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত চীনা টাইপেৰ ৱং ৱেই য়ে আৰু নিক’লে গঞ্জালেছ ছানৰ হাতত ১২-২১ ৰ ব্যৱধানত পৰাজিত হয় যদিও পৰৱ...

April 10, 2025 7:11 PM

views 18

LOS ANGELES OLYMPIC-ত হ’বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ

২০২৮ চনৰ LOS ANGELES OLYMPIC-ত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ কৰা হ'ব। এই প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা উভয় শাখাতে ছটাকৈ দলে অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি – আই অ' চিৰ কাৰ্যবাহী পৰিষদে কালি অনুষ্ঠিত এখন বৈঠকত LOS ANGELES OLYMPIC-ত স্থান লাভ কৰিবলগীয়া বিভিন্ন প্ৰতি...

April 10, 2025 7:09 PM

views 11

নৰেন্দ্ৰ মানক তাহাৰুৰ ৰানাৰ বিচাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত তাহাৰুৰ ৰানাৰ বিচাৰ আৰু আনুসংগিক গোচৰৰ বাবে নৰেন্দ্ৰ মানক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিছে। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দিল্লীৰ বিশেষ আদালতকে ধৰি সংশ্লিষ্ট...

April 10, 2025 7:07 PM

views 19

ডমিনিকৰ নাইট ক্লাবৰ চাঁদ খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি

ডমিনিক গণৰাজ্যৰ ৰাজধানী ছাণ্ট' ডমিংগ’ৰ এটা নাইট ক্লাবত যোৱানিশা এখন চাঁদ খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি পাইছে। ঘটনাস্থলীত এতিয়াও উদ্ধাৰকাৰ্য অব্যাহত আছে। বৰ্তমানলৈকে ১৪৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ২০ জনৰো অধিক আঘাতপ্রাপ্ত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱানি...

April 10, 2025 7:04 PM

views 22

জম্মু-কাশ্মীৰত ঐতিহাসিক মোগল পথ দুই-এদিনৰ ভিতৰতে মুকলি কৰাৰ সম্ভাৱনা

জম্মু-কাশ্মীৰত নতুনকৈ হোৱা ভূমিস্খলনৰ বাবে ঐতিহাসিক মোগল পথ মুকলি কৰি দিয়াত পলম হৈছে। অহা দুই-এদিনৰ ভিতৰতে এই পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। ঐতিহাসিক মোগল পথক জম্মু খণ্ডৰ দুখন সীমান্ত জিলা ৰজৌৰী আৰু পুঞ্চক কাশ্মীৰ খণ্ডৰ শ্ব’পিয়ান জিলাৰ সৈতে সংযোজিত কৰাৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ ...

April 10, 2025 7:02 PM

views 30

পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনৰ সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত চৰকাৰী আৰু চৰকাৰী সাহায্য লাভ কৰা বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ১১ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীক বিদ্যালয়তে প্ৰস্তুত কৰা আহাৰ পৰিৱে...

April 10, 2025 6:53 PM

views 28

ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন

আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰ জন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মাৱলম্বী লোকসকললৈ ওলগ জনাইছে। সামাজিক মাধ...

April 10, 2025 6:47 PM

views 10

ৰাজ্যজুৰি ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

অসমবাসী হেঁপাহৰ ৰঙালী বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে ব...

April 10, 2025 6:44 PM

views 27

ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে।        পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহা...