April 11, 2025 6:35 PM

views 56

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গৃহমন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলতহে গ্ৰহণ ক...

April 11, 2025 6:32 PM

views 18

প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী মোদী চৰকাৰক শলাগ দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰখনৰ শলাগ লৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিল্লীৰ স্বাস্থ্য খণ্ডৰ দিশত এয়া হৈছে এটা উল্লেখ...

April 11, 2025 6:29 PM

views 15

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাহেত অহা পহিলা জুনৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। সাগৰীয় জৈৱ বৈচিত্ৰৰ দীৰ্ঘদিনীয়া বহন ক্ষমতা সুনিশ্চিত কৰাৰ লগতে মাছৰ প্ৰজনন সুনিশ্চিত কৰাৰ লক্ষ্যৰে সাময়িকভাৱে প্ৰতি বছৰে এই মাছধৰা কাৰ্যত নিষেধ...

April 11, 2025 6:26 PM

views 24

সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে মহাত্মা ফুলে প্ৰকৃতাৰ্থত এগৰাকী মানৱতাৰ সেৱক আছিল বুলি উল্লেখ কৰি কয়, যে তেওঁ সমাজৰ শোষিত-নিষ্পেষিত জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশৰ প্...

April 11, 2025 6:23 PM

views 32

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে দলৰ উপ-সাধাৰণ সচিব পনমুদীক পদৰ পৰা বহিষ্কাৰ কৰিছে

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে আজি দলৰ উপ-সাধাৰণ সচিব পনমুদীক এই পদৰ পৰা বহিষ্কাৰ কৰে। পনমুদীয়ে মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ডি এম কেৰ সাংসদ কানিমুঝিকে ধৰি বিভিন্ন মহলে ইয়াৰ ব্যাপক সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয...

April 11, 2025 6:16 PM

views 31

ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্লভাকিয়া ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ শ্লভাকিয়া ভ্ৰমণ সফলভাৱে সমাপ্ত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন দিশত ঐতিহাসিক আছিল বুলি বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিণী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠ...

April 11, 2025 6:02 PM

views 22

বাৰানসীৰ মেহদিগঞ্জত ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ মেহদিগঞ্জত আজি ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পথ আন্তঃগাঁথনিৰ বিকাশ, বিদ্যুৎ, শিক্ষা আৰু পৰ্যটন খণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহৰ জৰিয়তে বাৰাণসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়...

April 11, 2025 11:28 AM

views 17

ৰাজ্যত নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

গুৱাহাটীৰ আগিয়াঠুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ ১৫৫ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা তেজপুৰ-শিলঘাট সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে'ল মন্ত্ৰালয়ে অনুমোদন জনাইছে। বিগত চাৰিটা বৰ্ষত অসমৰ ১৯টা জৰীপত অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত ৯টা নতুন ৰেলপথ আৰু পাঁচটা দ্বৈত ৰেলপথল...

April 11, 2025 11:24 AM

views 16

অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ আৰু দেশৰ হিতৰ বাবে মেধা শক্তিৰ প্ৰয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াত অনুষ্ঠিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। ৰাজ্যপাল আচাৰ্যই প্রাচীন ভাৰতৰ গাৰ্গী, লোপামুদ...

April 11, 2025 11:17 AM

views 40

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ঘোষিত ফলাফল অনুসৰি  মেধাৰ তালিকাত যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই প্ৰথম, কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প...