December 30, 2025 10:24 AM

views 21

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু হয়। আজি মানাডো আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, যোৱা পৰহি নিশা উত্তৰ চুলাৱেছি প্ৰদেশৰ ৱেৰ্ধা দমাই অৱসৰ গৃহত বাসিন্দাসকল শুই থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১৫ জন বাসিন্দাৰ মৃত্যু হোৱাৰ লগতে এজন ...

December 30, 2025 10:20 AM

views 23

দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। কালি তিৰুৱনন্তপুৰমৰ এল এম এছ গীর্জা চৌহদত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলো মানুহে জাতি, ধর্ম, বর্ণ নির্বিশেষে একেলগে একোটা ধর্মী...

December 30, 2025 10:17 AM

views 19

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ অন্য ৰাজ্যসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দিল্লীৰ দৰে আৰক্ষীৰ বিশেষ গোট গঠনৰ পোষকতা

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অন্য ৰাজ্যসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দিল্লীৰ দৰে আৰক্ষীৰ বিশেষ গোট গঠনৰ পোষকতা কৰিছে। ডেৰাডুনত ত্ৰিপুৰাৰ এগৰাকী শিক্ষাৰ্থীয়ে আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে...

December 30, 2025 10:15 AM

views 19

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইন্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পৰিকল্পনা অনুসৰি উৰণৰ সময়ত সকলো কৌশল প্ৰদৰ্শন কৰি ৰকেটটোৰ সৰ্বোচ্চ ১২০ কিলোমিটাৰ দূৰত্বৰ বাবে পৰীক্ষা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মত...

December 30, 2025 10:13 AM

views 26

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে বেংগালুৰুত ধ্রুব এন জি হেলিকপ্টাৰৰ প্ৰথমটো উৰণৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে আজি বেংগালুৰুত ধ্রুব এন জি হেলিকপ্টাৰৰ প্ৰথমটো উৰণৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডে এন জি, অর্থাৎ নেক্সট জেনেৰেচন ধ্রুব হেলিকপ্টাৰখনক অসামৰিক পৰিবহণৰ বাবে সাজু কৰি তুলি চলিত বৰ্ষৰ এৰ' ইণ্ডিয়া প্ৰদৰ্শনীত ...

December 30, 2025 10:10 AM

views 22

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত যোৱা নিশা সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হয়। নিশা প্রায় ১০ বজাত সংঘটিত দুর্ঘটনাটোত অন্য ৯ গৰাকী লোক আহত হোৱাৰ বাতৰি আহিছে। বৃহনমুম্বাই ইলেকট্রিক ছাপ্পাই এণ্ড ট্রান্সপৰ্টৰ এখন বাছে পথচাৰীক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নিহতসকলৰ ভিতৰত ...

December 30, 2025 10:07 AM

views 17

প্রায় ৫৩ কোটি টকা ব্যয় সাপেক্ষ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব

ৰাজ্যৰ শিক্ষা জগতত আন্তঃগাঁথনিমূলক নতুন সংযোগৰ সূচনা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিব। প্রায় ৫৩ কোটি টকা ব্যয় সাপেক্ষ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভবন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভবন, কেফেটেৰিয়া আৰু ...

December 30, 2025 10:02 AM

views 16

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীত জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি আৰু বটদ্ৰৱাত সাংস্কৃতিক প্রকল্প উদ্বোধন

অসমক অনুপ্ৰৱেশকাৰীমুক্ত কৰাটো বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া খানাপাৰাত নৱ- নির্মিত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰ...

December 30, 2025 9:57 AM

views 17

আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে নীটি আয়োগৰ বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে নীটি আয়োগৰ এখন বৈঠকত মিলিত হ'ব। বিত্তমন্ত্রী নির্মলা সীতাৰমণেও বিস্তৃত অর্থনৈতিক বিষয়ত গুৰুত্ব দিয়াৰ সম্ভাৱনা থকা এই বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকখনে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত বিশেষজ্ঞসক...

December 29, 2025 8:26 PM

views 15

ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছি আৰু কনেৰু হাম্পিক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দোহাত অনুষ্ঠিত ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছি আৰু কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীমোদীয়ে দবা গ্রেণ্ডমাষ্টাৰসকলক খেলৰ প্ৰতি থকা নিষ্ঠাৰ বাবে প্রশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভৱিষ...