December 29, 2025 8:23 PM

views 29

আজিৰে পৰা সপ্তদশ জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্রতিযোগিতা আৰম্ভ

জম্মুৰ মৌলানা আজাদ ষ্টেডিয়াম স্কেটিং ৰিংকত আজিৰে পৰা সপ্তদশ জুনিয়ৰ ৰোল বল ৰাষ্ট্ৰীয় প্রতিযোগিতা আৰম্ভ হৈছে। দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰায় ৬০০ খেলুৱৈ আৰু কর্মকর্তাই এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰোল বলক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলা আৰু অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী ...

December 29, 2025 8:21 PM

views 13

আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি ভূপেন্দৰ যাদৱৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱে আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ে বিষয়সমূহ অধ্যয়নৰ বাবে নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীযাদৱে কয় যে আৰাভালি পৰ্বতমালাৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা বিচৰা ...

December 29, 2025 8:19 PM

views 20

এম জি এনৰেগা আঁচনিত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী

কেন্দ্রীয় কৃষি, কৃষক কল্যান আৰু গ্রামীন বিকাশ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আসোঁবাহসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী কৰিছে। আজি উত্তৰাখণ্ডৰ গৌচৰত ৰাজ্যিক কৃষক দিৱস ২০২৫ অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয়, যে পূৰ্বৰ আঁচনিখনে এ...

December 29, 2025 8:16 PM

views 20

পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

 কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্রায় চৰাইৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে, বালিচৰত বাহ সাজি থকা পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ ৬৮ সংখ্যক বৈঠকতে এই প্রকল্পত অনুমোদন জনোৱা হয়। ন...

December 29, 2025 8:14 PM

views 22

আৱর্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অর্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন- শ্রীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৈছে যে বর্তমান সময়ত আমাৰ দেশে মুখামুখি হোৱা আৱৰ্জনা ব্যবস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন। আজি ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান জমছেদপুৰৰ পঞ্চদশ সমাবর্তন সমাৰো...

December 29, 2025 8:01 PM

views 31

মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক ৪-২ গ'লত পৰাজিত কৰি ফাইনেলত প্রৱেশ কৰে। দ্বিতীয়খন ছেমি ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড ফ...

December 29, 2025 8:00 PM

views 29

৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল’ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ কৰিছে। ছোৱালী শাখাত ডিব্ৰুগড় আৰু শিৱসাগৰ দল ফাইনেলত অৱতীর্ণ হ'ব। আজি অনুষ্ঠিত ছেমি ফাইনেলত ল'ৰাৰ শাখাত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি গহপু...

December 29, 2025 7:59 PM

views 24

চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতাত শোণিতপুৰ দলৰ বিশ্বনাথৰ দলক ৫-০ গলৰ ব্যৱধানত পৰাস্ত

শোণিতপুৰ জিলাৰ চতুৰ্থ মণ্ডলৰ অন্তৰ্গত ১৭ বছৰ অনুৰ্ধৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতাত শোণিতপুৰ জিলা দলে বিশ্বনাথৰ দলক ৫-০ গলৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাখনত মণ্ডলটোৰ বিভিন্ন প্ৰান্তৰ উদীয়মান যুব ফুটবল খেলুৱৈৰ প্ৰতিনিধিত্বৰে শোণিতপুৰকে ধৰি ১০ টা ...

December 29, 2025 7:57 PM

views 28

অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি

অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুছি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। বজালীৰ প্ৰবাদপুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক, ভট্টদেৱ নামেৰে সর্বজনবিদিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ নতুন ৰূপত সজাই তোলা হৈছে। কাইলৈ...

December 29, 2025 7:55 PM

views 19

গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ

ৰেল মন্ত্রালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰেই সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰাও প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰে'লৱে বোৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে...