December 26, 2025 8:59 PM

views 27

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে'লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে'লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত...

December 26, 2025 8:56 PM

views 25

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান আৰু ঝাৰখণ্ডৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ৭২৩ কোটিতকৈও অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে এই পুঁজ...

December 26, 2025 8:53 PM

views 32

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা অনুষ্ঠিত হৈছে। নেশ্যনেল চিটিজেন পাৰ্টীৰ অভ্যন্তৰীণ বিবাদৰ ফলত দলটো দুভাগ হোৱাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা অনুষ্ঠিত হৈছে। এন চি পিৰ জ্যেষ্ঠ নেতাই জানিবলৈ দিছে যে কমেও ৫০...

December 26, 2025 8:50 PM

views 21

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও ৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত হৈছে। চিৰিয়াৰ ছানা সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি জৰুৰীকালীন দল অঞ্চলটোলৈ তৎকালে ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জা...

December 26, 2025 8:46 PM

views 29

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ

তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত হৈছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ্রীলংকাই ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৪ ৰাণ সংগ্ৰহ কৰিছে। আয়োজক দেশ ভাৰতে পাঁ...

December 26, 2025 8:43 PM

views 17

কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক দোষী সাব্যস্ত

কাৰাগাৰত থকা মালয়েছিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী নাজিব ৰাজাকক কোৱালালামপুৰ উচ্চ ন্যায়ালয়ে আজি কেইবাশ কোটিটকীয়া মালয়েছিয়া উন্নয়ন বার্হাড কেলেংকাৰিৰ গোচৰত ক'লা ধন বৈধকৰণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে। ৭২ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ২০২২ বৰ্ষৰ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছে।

December 26, 2025 8:41 PM

views 23

গৃহমন্ত্রী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰ সৈতে বৈঠকত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰ...

December 26, 2025 8:38 PM

views 30

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জৰুৰী বৈঠক অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাস...

December 26, 2025 8:34 PM

views 27

শিৱসাগৰৰ খেমকা মাতৃ সদনত বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন

৯১ সংখ্যক মাৰোৱাৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰৰ খেমকা মাতৃ সদনত এক বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী সন্মিলনৰ উদ্যোগত তথা কেডিয়া মেডিকেলৰ সহযোগত অনুষ্ঠিত এই শিৱিৰত স্থানীয় বহু বহুমূত্ৰ ৰোগীয়ে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেই...

December 26, 2025 8:32 PM

views 15

আজি নিশা ৯ বাজি ১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠানত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ হোৱা মাজুলী জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ মীন বিষয়া ভদ্ৰেশ্বৰ মিলিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰটো নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্...