January 7, 2025 1:05 PM

views 35

৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ সামৰণি

 মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ কালি সামৰণি পৰে। চাৰিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিভা বিকাশৰ লগতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্রতি আকর্ষিত কৰিব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ কল্পনা আৰু উদ্ভাৱনে নতুন দিশ লাভ কৰাৰ বাবে এয়া উপযুক্ত মঞ্চ। এই কাৰ্যসূচী...

January 7, 2025 1:04 PM

views 41

তামিলনাডুত এইচ এম পি ভি ভাইৰাছত দুগৰাকী ব্যক্তি আক্ৰান্ত

তামিলনাডুত হিউমেন মেটানিউম' ভাইৰাছ অৰ্থাৎ‍ এইচ এম পি ভিত দুগৰাকী ব্যক্তি আক্ৰান্ত হৈছে। ইয়াৰে এগৰাকী চেন্নাই আৰু আন গৰাকী ছালেমৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ চৰকাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে যে এয়া কোনো নতুন ভাইৰাছ নহয়, এইবিধ ২০০১ চনতে চিনাক্ত কৰা হৈছিল। এই ভাইৰাছবিধৰ বাবে আতংকিত হোৱ...

January 7, 2025 1:02 PM

views 21

সমাগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় প্ৰাক বাজেট আলোচনাৰ কালি সামৰণি

সমাগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত প্রাক বাজেট আলোচনাৰ কালি নতুন দিল্লীত সামৰণি পৰে। যোৱা ৬ ডিচেম্বৰৰ পৰা এমাহজুৰি এই আলোচনা অব্যাহত আছিল। এই আলোচনাৰ সময়ছোৱাত নটা অংশীদাৰীত্ব গোটৰ লগতে এশৰো অধিক আমন্ত্রিত লোকে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত কৃষক ...

January 7, 2025 12:59 PM

views 19

নতুন দিল্লীত কালি জেক চুলিভানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত-আমেৰিকাৰ মাজত বিগত চাৰি বছৰত গঢ়ি উঠা গোলকীয় কৌশলগত অংশীদ্বাৰিত্বৰ বিষয়সমূহ- বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, নিকা শক্তি, অর্ধপৰিবাহী, আৰু কৃত্রিম বুদ্ধিমত্তাৰ মূল ক্...

January 6, 2025 7:44 PM

views 28

পথ সুৰক্ষা অভিযান ২০২৫ ৰ সুৰক্ষা ৰিল’ডেড অনুষ্ঠানত মন্ত্রী নীতিন গাডকাৰীৰ ভাষণ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে পথত নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে ছাত্র-ছাত্রীসকলক যান বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে। মুম্বাইত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত পথ সুৰক্ষা অভিযান ২০২৫ ৰ সুৰক্ষা ৰিল'ডেড অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত প...

January 6, 2025 7:41 PM

views 15

চত্তিশগড়ত মাওবাদীৰ আক্ৰমণত ৮ জন জোৱানৰ লগতে বাহনৰ চালকৰ মৃত্যু

চত্তিশগড়ৰ বীজাপুৰ জিলাত মাওবাদীয়ে সুৰক্ষা বাহিনীৰ এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত ৮ জন জোৱানৰ লগতে বাহনৰ চালকজনৰ মৃত্যু হয়। বাষ্টৰ খণ্ডৰ কুৰু আৰক্ষী চকীৰ অন্তৰ্গত আমবেলিৰ সমীপত মাওবাদীয়ে এই কুটাঘাট সম্পন্ন কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দান্তেৱাৰাৰ জিলা সংৰক্ষিত সুৰক্ষা বাহিনীৰ ৯ জন জোৱানে আ...

January 6, 2025 7:33 PM

views 13

চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে, চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ বিভিন্ন ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ পৰা সমবেত হোৱা অনুসূচীত জনজাতিৰ মহিলা প্রতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী...

January 6, 2025 7:27 PM

views 22

আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া মহিলা ক্রিকেট দল ঘোষণা

অহা ১০ জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড-বিচিচিআইয়ে ১৫ জনীয়া ভাৰতীয় মহিলা ক্রিকেট দলটো ঘোষণা কৰিছে। অধিনায়ক হৰমন প্রীত কৌৰ আৰু প্ৰধান পেচ ব'লাৰ ৰেণুকা সিঙক এই শৃংখলাত জিৰণি দিয়া হৈছে। তাৰ পৰিৱ...

January 6, 2025 7:24 PM

views 20

বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সৈতে বৈঠক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূর্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্য প্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ আজি বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয...

January 6, 2025 7:20 PM

views 39

ৰাজ্যৰ কেইবাখনো জিলাত সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ

ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশ্লিষ্ট কর্তৃপক্ষই সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰা হয়। এই উপলক্ষে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্তই সদ...