January 7, 2025 1:46 PM

views 38

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো অন্তৰ্ভুক্ত

মধ্যপ্ৰদেশৰ ভূপালত কালি সামৰণি পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলক প্রতিনিধিত্ব কৰা শিশু বিজ্ঞানী ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ...

January 7, 2025 1:43 PM

views 31

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৭ দশমিক ১ বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লবুছেৰ...

January 7, 2025 1:41 PM

views 17

প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা ডাঃ ৰণোজ পেগুৰ লখিমপুৰ জিলা পৰিদৰ্শন

ৰাজ্যত কালি আৰম্ভ হোৱা চলিত বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। ১১ খন জিলাত হোৱা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বহিঃমূল্যায়ন কৰা হৈছে। ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ'...

January 7, 2025 1:40 PM

views 21

উমৰাংছ’ত কয়লাখনিত ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত

 ডিমাহাচাও জিলাৰ উমৰাংছ’ত ৩০০ ফুট দ’ এটা কয়লাখনিত দ্রুতগতিত পানী সোমোৱাৰ ফলত আৱদ্ধ হৈ পৰা কমেও ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয়, যে দলটোৱে কৰা অনুমান অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি ...

January 7, 2025 1:21 PM

views 46

মাজুলীত ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা

মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ এখন দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বিজেতা দলক ট্ৰফীসহ নগদ ৭০ হাজাৰ টকা প্ৰদান কৰা হ'ব। আনহাতে মেন অব দ্যা ছিৰিজলৈ ১০ হাজাৰ টকা আৰু...

January 7, 2025 1:20 PM

views 37

২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফৰ মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাতত সফলতা

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ২০২৩ বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী, অনুপ্ৰৱেশকাৰী আৰু মাদক দ্রব্য সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত ৫৯ কিলোগ্ৰামৰো অধিক হেৰ'ইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদকদ্রব্য জব্দ কৰা হয়। গুৱাহাটী মহানগ...

January 7, 2025 1:18 PM

views 16

এইচ এম পি ভিত পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ৰ ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ

দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ-এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে হিউমেন মেটানিউমো ভাইৰাছ-এইচ এম পি ভি কোনো নতুন ভাইৰাছ নহয় বুলি স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি ন...

January 7, 2025 1:16 PM

views 36

পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ আজি শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি আজি পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। শ...

January 7, 2025 1:14 PM

views 24

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনীৰ এই পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা

অসম আৰক্ষীৰ বিশেষ কর্মবাহিনী, এছ টি এফে যোৱা বছৰৰ ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ২৫৪ টা অভিযানত সফলতা লাভ কৰে। আৰক্ষীয়ে বিগত বছৰটোত কূটাঘাটকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২১ জন জেহাদীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত কালি আয়োজিত এখন সং...

January 7, 2025 1:08 PM

views 31

ৰাজ্য চৰকাৰৰ ২৫ হাজাৰ কোটি টকাৰ উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা

অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আর্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ...