January 7, 2025 8:57 PM

views 22

ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত

অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱচৌধুৰীক গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘ কালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্...

January 7, 2025 8:54 PM

views 26

টেলিকম কোম্পানীসমূহৰ বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়া

যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি...

January 7, 2025 8:41 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি কেন্দ্রীয় শাসিত অঞ্চল দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ১০ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ১৭ জানুৱাৰী হ'ব মন...

January 7, 2025 8:38 PM

views 28

চিৰাং জিলাৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত

চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত বুনিয়াদী স্তৰৰ সাক্ষৰতা শিক্ষণ-শিকন সামগ্ৰীৰ জিলা পৰ্যায়ৰ প্রদর্শনী তথা প্রতিযোগিতা অনুষ্ঠিত হয়। বুনিয়াদী স্তৰৰ পাঠদান সৃষ্টিশীল, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ...

January 7, 2025 8:37 PM

views 27

এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমৰ্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে ব...

January 7, 2025 8:35 PM

views 33

বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত কালাঝাৰাস্থিত বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত

তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত আজি কালাঝাৰাত থকা তেওঁৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোছোখাংথি বিজাব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিটিআৰ চৰকাৰৰ...

January 7, 2025 8:32 PM

views 25

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি

সাহিত্য-সংস্কৃতি-ভাষা-ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী হ...

January 7, 2025 8:10 PM

views 42

ৰাজ্যত ভোগালী বিহুৰ প্রস্তুতি আৰম্ভ

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্রস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত চেৱাগুৰি সাধনী উদ্যানত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন...

January 7, 2025 8:04 PM

views 33

জালুকবাৰী উৰণসেতুৰ সমীপত ন’ বাছ ষ্টপ, ন’ পার্কিং আৰু ন’ ভেণ্ডিং জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জালুকবাৰী উৰণসেতুৰ সমীপত হোৱা অস্বাভাৱিক যান-জঁট দূৰ কৰাৰ বাবে এই সমগ্ৰ অঞ্চলটো ন’ বাছ ষ্টপ, ন' পার্কিং আৰু ন’ ভেণ্ডিং জ’ন হিচাপে ঘোষণা কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ ড° জীৱন কৃষ্ণ গোস্বামীয়ে আজি এই মৰ্মে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি জালুকবাৰী উৰণ সেতুৰ ওপৰত সকলোধৰণৰ অকর...

January 7, 2025 1:48 PM

views 62

সুমন্ত চলিহাৰ সভাপতিত্বত আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত আজিও পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। আজি অন্তিম দিনা বিয়লি হ'বলগীয়া সামৰ...