January 8, 2025 1:24 PM

views 27

অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপনৰ পৰামৰ্শ পীয়ুষ গোৱেলৰ

অসমৰ কৃষি, ৰেচম, খাদ্য প্ৰ-সংস্কৰণ, মীন পালন, জলজ কৃষিৰ লগতে কেইবাটাও খণ্ডত বিনিয়োগৰ ব্যাপক সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে। কালি মুখ্য...

January 8, 2025 1:22 PM

views 16

তিনিচুকীয়াত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ বনৱাৰীলাল বাৰ্মাৰ

দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়ালৈ অহা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী বনৱাৰীলাল বাৰ্মাই আজি জিলাখনত কেইবাখনো আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ পুৱা তিনিচুকীয়া অসামৰিক চিকিৎ‍সালয়ত শাৰীৰিকভাৱে বাধাগ্রস্তসকলৰ বাবে স্থাপন কৰা ‘মিছন থটফুল তিন...

January 8, 2025 1:19 PM

views 18

শিৱসাগৱৰত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত গুণোৎসৱৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি শিৱসাগৰ নগৰৰ ২ নম্বৰ টাউন প্রাইমেৰী বালিকা বিদ্যালয়ৰ প্ৰাতঃ সভাত মন্ত্ৰীগৰাকীয়ে ভা...

January 8, 2025 1:38 PM

views 41

প্ৰতিকূল পৰিস্থিতিৰ মাজতো উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত শ্ৰমিকজন নেপালৰ উদয়পুৰ জিলাৰ গংগা বাহাদুৰ শ্ৰেষ্ঠ বুলি চিনাক্ত কৰা হৈছে। নৌসেনা ডুবাৰু, এন ডি আৰ এফ, এছ ডি আৰ এফে বাকীকেইজন শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰতিকুল বতৰকো নেওচি অভিযান অব্যাহত ৰাখিছে। যোৱা নিশা প্ৰতিকূল ...

January 7, 2025 9:14 PM

views 25

উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৩০ জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮ জনীয়া দলৰ লগতে নৌ সেনাৰ ডুবাৰুসকলে উদ্ধাৰ অভিযান পূর্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰা...

January 7, 2025 9:10 PM

views 40

নেপাল আৰু তিব্বতত ৭.১ প্রাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ১০০ হোৱাৰ আশংকা

নেপাল আৰু তিব্বতত আজি পুৱা অহা ৭.১ প্রাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১০০ৰ ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয...

January 7, 2025 9:05 PM

views 27

কালি আৰম্ভ হোৱা ২০২৫ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন

ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰ চৰকাৰী বিদ্যালয়ৰ ১৪ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ ...

January 7, 2025 9:02 PM

views 33

দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডা দুদিনীয়া অসম ভ্রমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। নিশাটো তেওঁ গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ পুৱা তেজপুৰলৈ যাত্ৰা কৰিব৷ ইয়াৰ পাছত তেওঁ দুপৰীয়া মঙলদৈলৈ আহিব আৰু দিনৰ ১২ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰিবলগীয়া ...

January 7, 2025 9:00 PM

views 18

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে।

January 7, 2025 8:58 PM

views 42

দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্...