January 10, 2025 12:58 PM

views 30

অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ জনতা ময়দানত চলি থকা অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ভাগ ল'ব। যোৱানিশা ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মিলনত সমবেত হোৱা প্ৰায় ৭৫ খন দেশৰ প্ৰৱাসী ভাৰতীয় সকলক উদ্দেশ্য কৰি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন...

January 9, 2025 9:02 PM

views 20

পূৰ্ণাংগ বিভাগৰূপে বিশ্বভাৰতীৰ অসমীয়া বিভাগলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

অসমবাসী আৰু অসমীয়া ভাষীৰ বাবে এটা সুখবৰ৷ অসমৰ বাহিৰত থকা উচ্চ শিক্ষানুষ্ঠানৰ অসমীয়া ভাষা-সাহিত্যৰ একমাত্ৰ বিভাগ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তুলিবৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে৷ ২০১৬ চনৰেপৰা বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছ...

January 9, 2025 8:58 PM

views 23

আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে – পীযুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কয় যে আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে। নতুন দিল্লীত আজি জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয়, যে জৈৱিক কৃষিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় ...

January 9, 2025 8:56 PM

views 26

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। অনলাইন পঞ্জীয়নৰ বাবে যোৱা মাহৰ ১৪ তাৰিখে মুকলি কৰা মাই গভ পোৰ্টেলটো চলিত মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। শিক্ষা মন্ত্রালয়ে জনায় যে পৰীক্ষা সম্পৰ্কীয় মানসি...

January 9, 2025 8:54 PM

views 21

কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

মহাকুম্ভ ২০২৫ৰ বাবে উচৰ্গিকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেল মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰণ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানো এই মুকলি অনুষ্ঠানত ভার্চুৱেলি অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ সময়ছোৱাত মুখ্যমন্...

January 9, 2025 8:51 PM

views 34

ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে বুলি নীতিন গাডকাৰী প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব লাগিব। মধ্য প্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অটোম'টিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভ...

January 9, 2025 8:46 PM

views 14

এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ

এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজ উপভোগ কৰিবলৈ প্ৰায় ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ জনোৱা হৈছে। এই বিশেষ অতিথিসমূহৰ ভিতৰত আছে পঞ্চায়ত গাঁওপ্রধান, দুর্যোগ সাহায্য কর্মী, জলযোদ্ধা, হস্ততাঁত আৰু হস্তশিল্পৰ শিল্পীসকল, মন কী বাতৰ অংশগ্ৰহণকাৰীসকল, মাই-ভাৰতৰ স্বেচ্ছাসেৱীসকল, উত্তৰ-পূব ভাৰতৰ অতিথিসকল আৰু ষ্টা...

January 9, 2025 8:44 PM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যখনৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাজ্যপাল হৰিবাবু কান্তামপটি আৰু মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ১৮ সংখ্যক প্র...

January 9, 2025 8:43 PM

views 24

জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিভিন্ন গোলকীয় সমস্যা সমাধানৰ বাবে বিশ্বই ভাৰতৰ মুখলৈ চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত জিনমিক্স ডাটা কনক্লেভত প্রধানমন্ত্ৰীগৰাকীয়ে এটা ভিডিঅ' বার্তাযোগে উল্লেখ কৰে যে জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে...

January 9, 2025 8:41 PM

views 23

ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি গোলাঘাটৰ সৰু পথাৰত ধনশিৰি নৈৰ নতুন মঠাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। তেওঁ সৰু পথাৰৰ শ্যাম গাঁৱত বৌদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কৈৰি গাঁৱৰ পৰা পানজা...