April 19, 2024 8:22 PM

views 26

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থীৰ প্ৰচাৰ

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। দৰং ওদালগুৰি সমষ্টিৰ আই এন ডি আই মিত্ৰজোটৰ সমর্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ কেইবাটাও স্থানত আয়োজিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ম...

April 19, 2024 8:16 PM

views 25

ৰাজ্যত সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত বিহু ভঙা আৰু পাৰ তোলা উৎসৱৰ আয়োজন কৰা হৈছে। কোনো ঠাইত এই উৎসৱ ভঠেলী নাইবা বাঁহ গোঁসাই উৎসৱ হিচাপেও পালন কৰা হয়। নামনি অসমত আজিৰ দিনটোত সাত বিধ শাক খোৱাৰ পৰম্পৰা নাইবা সাত শ...

April 19, 2024 5:57 PM

views 24

মধ্য প্ৰদেশত ৰাজনৈতিক দলসমূহৰ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ

মধ্য প্ৰদেশত ৰাজনৈতিক দল সমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি, কংগ্ৰেছ, বি এছ পি, এছ পি আৰু নিৰ্দলীয় প্রার্থীসকল নির্বাচনী প্ৰচাৰত নামি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ দামোহ জিলাত উপস্থিত হ'ব। শ্রী মোদীয়ে ইমলাই গাঁও খেলপথাৰত এখন জনস...

April 19, 2024 5:55 PM

views 21

কেৰালাত লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

কেৰালাত লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত ৰাষ্ট্ৰীয় নেতাসকলে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই ৱায়ানাড, পালাক্কাড়, কোট্টয়াম আৰু তিৰুৱনন্তপুৰম জিলাত নির্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে চালাকুড়ি, পাঠানামথিত্তা আৰু তিৰুৱনন্তপ...

April 19, 2024 5:53 PM

views 30

আই পি এলৰ এখন খেলত পাঞ্জাব কিংছক ৯ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ, আজিৰ খেল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডিগড়ত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৯ ৰানত পৰাস্ত কৰে। খেলখ...

April 19, 2024 5:51 PM

views 32

ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদাল...

April 19, 2024 5:46 PM

views 26

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮.০২ বজাৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 17, 2024 8:13 PM

views 31

ছাহাৰানপুৰত প্রিয়ংকা গান্ধীৰ ৰোড শ্ব’

কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী ইমৰাণ মাছুদৰ হৈ ছাহাৰানপুৰত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে দেশে ক্ষমতাক নহয় সত্যক পূজা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁ কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে সত্যক নহয় ক্ষমতাকহে পূজা কৰে৷ বিজেপি চৰকাৰে সদায়...

April 17, 2024 8:11 PM

views 32

ৰামনৱমী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত

ৰামনৱমী উপলক্ষে আজি দিনৰ ১২ বাজি ১৬ মিনিটত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত কৰা হয়। আইনা আৰু লেন্স ব্যৱহাৰ কৰি এটা বিশেষ পদ্ধতিৰ জৰিয়তে সূৰ্য্য তিলক প্রজ্বলিত কৰা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা এইবেলি প্ৰথমবাৰৰ বাবে ৰামনৱমী উদযাপিত হৈছে...

April 17, 2024 8:08 PM

views 26

গাজিয়াবাদত আজি ৰাহুল গান্ধী আৰু অখিলেশ য়াদৱৰ যুটীয়া সংবাদমেল

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰবী অখিলেশ য়াদৱে আজি গাজিয়াবাদত এখন যুটীয়া সংবাদমেলক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাহুল গান্ধীয়ে এয়া ভাৱাদৰ্শৰ নির্বাচন বুলি উল্লেখ কৰি কয় যে, আই এন ডি আই মিত্ৰজোট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্রতিশ্রুতিবদ্ধ। লোকসভা নি...