May 4, 2024 7:11 PM

views 40

তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্র...

May 4, 2024 6:10 PM

views 29

উত্তৰাখণ্ডত শোকাবহ পথ দুৰ্ঘটনাত ৫ লোকৰ মৃত্যু

উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছৌৰি-ডেৰাদুন পথৰ ঝাৰিপানীত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কাষৰ খাবৈত পৰি যায়। আৰক্ষী আৰু এছ ডি আৰ এফে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম...

May 4, 2024 6:06 PM

views 35

সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে স্বস্তিক প্রকল্পৰ কাৰ্যসূচী গ্ৰহণ

সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি স্বস্তিক প্রকল্পই কেতবোৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে সংস্থাটোৰ বিভিন্ন কাম-কাজৰ উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ ছিকিমৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশত স্বস্তিক প্রকল্পই বাইক সমদলৰ আয়োজন কৰে। এই সমদলে ৰাংমা ৰেঞ্জৰ...

May 4, 2024 5:57 PM

views 26

জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়াৰ বাৰামুল্লা লোকসভা সমষ্টিৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়া পাণ্ডুৰাং কে প'লে কালি বাৰামুল্লাত উপস্থিত হৈ লোকসভা সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰ আৰু ষ্ট্ৰং ৰুমৰসমূহ পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰসমূহৰ লগতে স্থানীয় ইণ্ডোৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰি সা-সুবিধাসমূহৰ লগতে সুৰক্ষা ল...

May 4, 2024 1:31 PM

views 39

আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’

♦ পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিব বিচৰা ৰিলে দলসমূহৰ বাবে যোগ্যতা নির্ণয়কাৰী প্রতিযোগীতা- ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’ আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ২০২৩ চনৰ হাংঝু এছিয়ান গেমছৰ পুৰুষৰ 4x400 মিটাৰ ৰিলেৰ চেম্পিয়ন অলিম্পিয়ান আমোজ জেকব, মহম্মদ আনাছ ইয়াহিয়া, ...

May 4, 2024 1:28 PM

views 27

আই পি এলঃ যোৱানিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে

◊ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ...

May 4, 2024 1:19 PM

views 29

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে’ত ভোটগ্ৰহণ

♦লোকসভা নির্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ ...

May 4, 2024 1:13 PM

views 21

স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ গোচৰৰ সংক্ৰান্তত স্পিৰিট অব্ কংগ্ৰেছ একাউণ্টৰ হেণ্ডলাৰ অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰৰ সংক্ৰান্তত এজাহাৰ ৰুজু কৰিছিল।

May 11, 2024 6:46 PM

views 26

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছ...

May 4, 2024 12:52 PM

views 35

IPL: সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত মুম্বা...