May 5, 2024 12:54 PM

views 29

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সমষ্টিসমূহৰ অধীনৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া- কৰ্মচাৰীসকল আজিৰে পৰা যোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, আটাইকেইখন জিলাতে আজি বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা...

May 5, 2024 12:50 PM

views 28

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। চাৰিওটা সমষ্টিতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। আজি বিয়লি ৫ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অহা ৭ মে'...

May 5, 2024 12:46 PM

views 52

বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰা বুলি আমেৰিকা ৰাষ্ট্ৰপতিৰ দাবীক বিদেশ মন্ত্রী ড° এছ জয়শংকৰৰ নস্যাৎ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন কৰা দাবী খণ্ডন কৰিছে। এটা সংবাদ গোষ্ঠীয়ে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি ড° জয়শংকৰ কয় যে, ভাৰতীয় সমাজে সদায় মুকলি চিন্তা ধাৰাৰ পৰিচয...

May 5, 2024 12:41 PM

views 39

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে পুঞ্চ জিলাৰ শ্বাহ চাত্তাৰ বনাঞ্চল এলেকাত এই আক্রমণ সংঘটিত হয়। ...

May 4, 2024 8:16 PM

views 30

ডিমা হাছাও জিলা প্রশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ

ডিমা হাচাও জিলাত বিগত কিছু দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা আগতীয়া জাননী অনুসৰি জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব...

May 4, 2024 8:11 PM

views 39

ৰাজ্যৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী, আবকাৰী বিভাগ আৰু অন্যান্য সুৰক্ষা বাহিনীসমূহে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত আবকাৰী বিভাগ আৰু এছ এছ বিয়ে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ সুৰাসহ দুজন লোকক আটক কৰিছে। আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবা...

May 4, 2024 8:00 PM

views 33

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী অৰবিন্দ সিং লাভলীৰ বিজেপিত যোগদান

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰববী অৰবিন্দ সিং লাভলীয়ে বিজেপিত যোগদান কৰিছে। শ্ৰী লাভলীয়ে আজি বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত দলটোৰ সদস্যপদ গ্রহণ কৰে । দিল্লীৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ চৌহান, কংগ্ৰেছ দলৰ প্ৰাক্তন সম্পাদক নচীব সিং, প্রাক্তন ...

May 4, 2024 7:55 PM

views 35

পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্ড বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে কেন্দ্ৰীয় চৰকাৰে এখন উন্নত ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা অনুধাৱন কৰিয়েই নতুন শিক্ষানীতিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্‌ম্ড বিশ্ববিদ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰ...

May 4, 2024 7:51 PM

views 43

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন। এই উপলক্ষে ঘাই ঘাই দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিহাৰৰ দৰভাংগাত আজি এখন নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন...

May 4, 2024 7:17 PM

views 26

৭ মে’ত হ’বলগীয়া ভোটগ্রহণৰ বাবে জিলা প্রশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ

৭ মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ ৯১০টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে। আনহাতে আটাইকেইখন জিলাতে কাইলৈ বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণ...