May 10, 2024 11:35 AM

views 27

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ১২ মে’ত মঞ্চস্থ কৰা হ’ব ‘কাৰেঙৰ লিগিৰী’

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অহা ১২ মে'ৰ সন্ধিয়া ৬ বজাত দিছপুৰ মহাবিদ্যালয়ৰ ড্রামাটিক ছ'চাইটীৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালাৰা বহু সমাদৃত নাটক ‘কাৰেঙৰ লিগিৰী’ মঞ্চস্থ কৰা হ'ব। বিশিষ্ট নাট পৰিচালক মাণিক আহমেদৰ দ্বাৰা পৰিচালিত আৰু দিছপুৰ মহাবিদ্যালয...

May 10, 2024 11:31 AM

views 30

গুৱাহাটী নেহৰু ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশ ল'ব। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি তথা ...

May 10, 2024 11:25 AM

views 27

মৰিগাঁৱত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক কর্মশালা

মৰিগাঁও অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও বি. এড. কলেজৰ সহযোগত কলেজখনৰ প্ৰেক্ষাগৃহত কালি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধানসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। উল্লেখ্য যে চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্...

May 9, 2024 9:27 PM

views 28

কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত দলৰ মুখপাত্র সুপ্রীয়া শ্রীনেটৰ প্রধানমন্ত্ৰী মোদীক সমালোচনা

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সৈতে দুগৰাকী শীৰ্ষ স্থানীয় উদ্যোগপতিৰ বিশেষ সম্পৰ্কৰ বিষয়ে অভিযোগ অনা সন্দৰ্ভত কংগ্ৰেছে শ্রী মোদীক সমালোচনা কৰে। দলটোৰ মুখপাত্র সুপ্রীয়া শ্রীনেটে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েহে অবিৰতভাৱে দুয...

May 9, 2024 9:30 PM

views 24

বিত্তমন্ত্ৰী সীতাৰমণৰ এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ পূব প্ৰান্তত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত ঝাৰখণ্ডৰ ছেম্বৰ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রিচ ফেদাৰেচনৰ ব্যৱসায়ীসকলৰ এখন সন্মিলনক সম্বোধন কৰে। শ্ৰীমতী সীতাৰমনে বিকশিত ভাৰতৰ প্ৰগতিৰ ইঞ্জিন পূর্বাঞ্চল সন্দৰ্ভত আয়োজিত আ...

May 9, 2024 9:10 PM

views 18

উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত

উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি চিত্রকোটত আয়োজিত নির্বাচনী সভাত ভাষণ প্ৰসংগত কয় যে, জনসাধাৰণে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। শ্ৰী মোদী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছ...

May 9, 2024 9:07 PM

views 32

দিল্লীত ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু নিৰাপত্তা সম্পৰ্কীয় আলোচনাৰে বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জমিৰে আজি নতুন দিল্লীত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক আৰু নিৰাপত্তা সম্পৰ্কীয় দিশসমূহ আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী মন্ত্ৰীয়ে সক্ষমতা নির্মাণ,...

May 9, 2024 9:02 PM

views 18

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ই...

May 9, 2024 8:58 PM

views 28

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল...

May 9, 2024 8:51 PM

views 8

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ...