May 10, 2024 12:02 PM

views 13

তেহৰানে ১৩ এপ্ৰিলত জব্দ কৰা ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনৰ ৫ ভাৰতীয় নাৱিকক মুকলি

তেহৰানে জব্দ কৰা আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনত থকা ৫ গৰাকী ভাৰতীয় নাৱিকক কালি মোকলাই দিয়া হয়। এয়া ভাৰতৰ বাবে বিশেষ কূটনৈতিক সাফল্যৰূপে পৰিগণিত হৈছে। ভাৰতীয় দূতাবাসে নাৱিক কেইগৰাকীৰ তথ্য প্ৰকাশ কৰি বন্দৰ আববাছত থকা ভাৰতীয় দূতাৱাস আৰু বাণিজ্যিক দূতাৱাসৰ সৈতে ঘনিষ্ঠ সমন্বয় বৰ্তাই ৰখাৰ বা...

May 10, 2024 11:59 AM

views 21

নতুন দিল্লীত বার্ষিক ব্ৰিটেইন-ভাৰত কৌশলগত আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাদ্বয় টিম বেৰ’ আৰু অজিত ডোভালৰ বৈঠক

ভাৰত ভ্ৰমণলৈ অহা ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা টিম বেৰ’ই কালি দ্বিপাক্ষিক সম্পর্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা ব্ৰিটেইনৰ উচ্চায়ুক্তই সামাজিক মাধ্যম এক্সত প্রকাশ কৰা অনুসৰি সাক্ষাৎকালত উভয় দেশৰ স...

May 10, 2024 11:56 AM

views 25

আই পি এল ক্রিকেটৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰোচৌৱে সৰ্বাধিক ৬১ ৰান কৰ...

May 10, 2024 11:53 AM

views 22

বাংলাদেশত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত বাংলাদেশক ২১ ৰানত পৰাস্ত ভাৰতৰ

বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত কালি ভাৰতে বাংলাদেশক ২১ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হেমলতাই ২৮টা বলত ৩৭ ৰান কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময...

May 10, 2024 11:51 AM

views 16

এফ আই এইচ হকী প্ৰ’ লীগত অংশগ্রহণৰ বাবে ২৪জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা হকী ইণ্ডিয়াৰ

হকী ইণ্ডিয়াই বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত হ'বলগীয়া এফ আই এইচ হকী প্ৰ' লীগ ২০২৩-২৪ত অংশগ্রহণ কৰিবলগীয়া ২৪ জনীয়া ভাৰতীয় পুৰুষ দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হৰমনপ্রীত সিঙক দলৰ অধিনায়ক আৰু হার্দিক সিঙক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। প্রতিযোগিতাৰ বেলজিয়াম পৰ্যায় ২২ মে'ৰ পৰা ৩০ মে'লৈ আৰু ইং...

May 10, 2024 11:49 AM

views 32

প্ৰধানমন্ত্ৰী মোদীৰ আজি নাৰায়ণপেট আৰু হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ সভা, পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’

চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণিলৈ মাজত এটা দিন বাকী থকা অৱস্থাত লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে। বিভিন্ন ৰাজনৈতিক দ...

May 10, 2024 11:44 AM

views 30

জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কাইলৈ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান-বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধিকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ...

May 10, 2024 11:41 AM

views 27

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ আজি সামৰণী অনুষ্ঠান

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মীসন্থাৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে বামুণীমৈদামৰ কাৰ্যালয় চৌহদত আয়োজন কৰা হৈছে। বিয়লি ২ বজাৰ পৰা হ'বলগীয়া মুকলি সভাত শিক্ষামন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা জনাইছে।

May 10, 2024 11:39 AM

views 38

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক সভা

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, জিলা আৰক্ষী, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আদিৰ সহযোগত কালি অন্ধবিশ্বাসৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে এই কাৰ্যসূচ...

May 10, 2024 11:37 AM

views 20

শিৱসাগৰ জিলাৰ যুৱদলত হজযাত্ৰীক সম্বৰ্ধনা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ হজৰ বাবে মক্কা যাবলগীয়া শিৱসাগৰ জিলাৰ হজযাত্ৰীসকলক কালি শিৱসাগৰ যুৱদলত সম্বৰ্ধনা জনোৱা হয়। উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ উদ্যোগত জিলাখনৰ মুঠ ১৪২ গৰাকী হজযাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনাও কৰা হয়।